গুৱাহটীৰ ধীৰেনপাৰাৰ পৰা গ্ৰেপ্তাৰ ভুৱা DTO৷ আমিনুল ৰচুল নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে লতাশিল আৰক্ষীয়ে৷ DTO ৰ ভুৱা চীল মোহৰেৰে দীৰ্ঘদিনৰে পৰা চলাই আহিছিল ৰমৰমীয়া ব্যৱসায়৷ মহানগৰীৰ ভঙাগড়ৰ পৰা চলাই আছিল বিভিন্ন জালিয়াতিৰ কাম৷ ভুৱা DTO ৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কম্পিউটাৰ,চীল মোহৰৰ লগতে বহু আপত্তিজনক নথিপত্ৰ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গুৱাহাটীত পুখুৰীত পৰি এজন যুৱকৰ কৰুণ মৃত্যু
স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত গুৱাহাটী মহানগৰীত অঘটন।
পুখুৰীত পৰি মৃত্যু হৈছে এজন যুৱকৰ।...
Adivasi Rally: Jharkhand में जुटे कई आदिवासी, क्या हैं उनके मुद्दे, क्यों हैं नाराज़? (BBC Hindi)
Adivasi Rally: Jharkhand में जुटे कई आदिवासी, क्या हैं उनके मुद्दे, क्यों हैं नाराज़? (BBC Hindi)
Loksabha Election 2024: इलेक्शन के मौके पर इन 2 Stocks में निवेश से क्यों आपको फायदा?
Loksabha Election 2024: इलेक्शन के मौके पर इन 2 Stocks में निवेश से क्यों आपको फायदा?
અયોધ્યામાં શ્રીરામ મંદિર ની પ્રાણ-પ્રતિષ્ઠા મહોત્સવ ને લઈને ભિલોડા શહેરમાં ઠેર-ઠેર ભગવાન શ્રીરામ ની
અયોધ્યામાં શ્રીરામ મંદિર ની પ્રાણ-પ્રતિષ્ઠા મહોત્સવ ને લઈને ભિલોડા શહેરમાં ઠેર-ઠેર ભગવાન શ્રીરામ ની