সাপেখাটিৰ খেতি পথাৰত হঠাৎ লাগিল জুই। হুৱাদুৱা পৰিবেশ। চৰাইদেউ জিলাৰ সাপেখাটিৰহন ধাদুমীয়া গাঁৱত হঠাৎ খেতি পথাৰত দম হৈথকা খেৰত লাগিল জুই। সন্ধিয়াৰ সময়ত এনেদৰেদপদপকৈ জ্বলি উঠা জুই দেখি সকলোৱে প্ৰত্যক্ষ কৰিবলৈ ওলাই আহিল। কোনে কিয় এনেদৰে অগ্নিকাণ্ড।সংঘটিত কৰিলে এই কথা বত্তৰ্মানলৈকে জানিব পৰা নাই। এই অগ্নিকাণ্ডই সকলোকে হতভম্ব কৰিতুলিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAP એ BJP ની B Team છે - Amit Chavla (Congress MLA)
AAP એ BJP ની B Team છે - Amit Chavla (Congress MLA)
Audi Q8 Facelift 22 अगस्त को होगी लॉन्च, डिजाइन में होगा बदलाव, मिलेंगे कई अपडेट
जर्मनी की लग्जरी वाहन निर्माता Audi की ओर से भारतीय बाजार में कई बेहतरीन कारों और एसयूवी को...
ડ્રમસ્ટીક ઘણા પોષક તત્વોથી ભરપૂર હોય છે, માત્ર સાંભાર જ નહી પરંતુ તેમાંથી બીજી ઘણી હેલ્ધી ડીશ બનાવી શકાય છે.
ડ્રમસ્ટિક ઉનાળામાં ઉપલબ્ધ ખૂબ જ ફાયદાકારક શાકભાજી છે. તેમાં વિટામીન સી, વિટામીન એ, કેલ્શિયમ...
চৰাইদেউত লাট মণ্ডল গ্ৰেপ্তাৰ
চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীৰ অদম্য অভিযান অব্যাহত আছে। আজি Directorate...