মাহমৰাৰ দীপলিং চাহ বাগিছাত ।শ্ৰমিকৰ আজি।চৰাইদেউ।জিলাৰ দীপলীং চাহ বাগিচাত প্ৰাপ্য অধিকৰৰ দাবীত চাহ শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।দীৰ্ঘদিন ধৰি শ্ৰমিকৰ অনাদায় হৈ থকা শ্ৰমিকৰ বকেয়া তথা ভৱিষ্য নিধিৰ ধন শ্ৰীঘ্ৰে মোকলাই দিয়াৰ দাবীত আজি তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী পালন কৰে দীপলীং চাহ বাগিচাৰ শ্ৰমিক সকলে। ইফালে অসম চাহ নিগমৰ অধীনস্থ দীপলীং চাহবাগিচা লীজত দিয়াৰো বিৰোধীতা কৰি এই।প্ৰতিবাদী কাৰ্য্যসূচী লোৱাহয়। মালিক পক্ষৰ লগতে চৰকাৰৰ বিৰুদ্ধেসোচ্চাৰ হৈ পৰে চাহ শ্ৰমিক সকল।। শ্ৰমিকৰ প্ৰাপ্য ধন আদায় নিদিয়াৰ বাবে চৰকাৰৰ বিৰুদ্ধেক্ষোভ উজাৰে চাহ শ্ৰমিকে।
মাহমৰাৰ দীপলিং চাহ বাগিছাত ।শ্ৰমিকৰ প্ৰতিবাদ। শ্ৰমিকৰ প্ৰাপ্য ধন আদায় নিদিয়াৰ বাবে চৰকাৰৰ বিৰুদ্ধেক্ষোভ উজাৰে চাহ শ্ৰমিকে।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/12/nerity_25b81b31b8e3a009c9d6c71a935e7961.jpg)