দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুপেটীয়াৰ নিকটৱৰ্তী মহম্মদ আলী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত বিদ্যালয় খনৰ ৫ টাকৈ শ্ৰেণী কোঠাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যালয় খন সম্পূৰ্ণ ৰূপে জুইত জাহ যায় । জুইত জাহ গৈছে বিদ্যালয় খনৰ প্ৰয়োজনীয় আচ-বাব, ফাৰ্নিচাৰ , কিতাপ , নথি পত্ৰ আদি । ওচৰ চুবুৰীয়া ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নোমোৱাবলৈ সক্ষম হয় । অচিনাক্ত দুষ্ট চক্ৰই অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হুৰমুজ আলীয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Gandhi Shajapur Speech | Madhya Pradesh Election 2023 | Congress | Rahul Gandhi MP Visit
Rahul Gandhi Shajapur Speech | Madhya Pradesh Election 2023 | Congress | Rahul Gandhi MP Visit
মূখ্যমন্ত্ৰীৰ পৰিয়ালৰ স্কুল সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া দেবব্ৰত শইকীয়াৰ
মুখ্যমন্ত্ৰীয়ে কিয় পৃষ্ঠপোষকতা কৰিছে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ক। স্কুলখনে কাৰ স্বাৰ্থ পূৰণ...
वजन बढ़ाने के लिए बादाम कैसे खाएं? जानें 5 तरीके, जिनसे वेट गेन में मिलेगी मदद
क्या बादाम से वजन बढ़ता है?- Is Almonds Good for Weight Gain in Hindi
बादाम से वजन कैसे बढ़ाएं...