নাৰায়ণপুৰৰ ঐতিহাসিক মাঘনোৱা দৌলত অহা ৩০ আৰু ৩১ ডিচেম্বৰত দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব লগীয়া খেক বান ফী পয়ৰ আজি লাইখুঁটা স্থাপন কৰা হয় ৷ ১৯৯৭ চনৰে পৰা সদৌ অসম ফুৰালুং সমাজৰ সভাপতি নগেন গগৈ উদ্যোগত নামনি লখিমপুৰ ফুৰালুং সমাজৰ সহযোগত দেশৰ লগতে সমাজত শান্তি আৰু মংগলৰ কামনাৰে ৩১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হৈছিল খেক বান ফী পয় ৷ ইয়াৰ পাচৰে পৰা ক্ৰমাগতভাৱে প্ৰতিবছৰে উদ্যাপন কৰি অহা অনুষ্ঠানভাগৰ এই বছৰত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে ৷ ৰূপালী জয়ন্তী বৰ্ষ ৰুপে এইবাৰ অনুষ্ঠানভাগ মাঘনোৱা দৌল প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসুচীৰে উদ্যাপন কৰাৰ স্থিৰ কৰি ইতিপুৰ্ৱে এখন সবল উদ্যাপন সমিতি গঠন কৰি আৰম্ভ কৰি পূৰ্ণগতিত চলিছে প্ৰস্তুতি পৰ্ব ৷ আজি দৌল প্ৰাঙ্গণত নামনি লক্ষীমপুৰ আঞ্চলিক ফুৰালুং সমাজৰ ৰীতি নীতি আৰু মাংগলিক কাৰ্যসুচীৰ মাজেৰে লাইখুঁটা স্থাপন কৰা হয় ৷ লাইখুঁটা স্থাপনৰ দিনটোত উদ্যাপন সমিতিয়ে সকলো ৰাইজৰ দিহা পৰামৰ্শ সহায় সহযোগিতা কামনা কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mukka Proteins में निवेशकों को क्या करना चाहिए?
Mukka Proteins में निवेशकों को क्या करना चाहिए?
১৯ এপ্ৰিলত ভোটদানৰ দিনা বন্ধ ঘোষণা শিৱসাগৰ জিলা প্ৰশাসনৰ
শিৱসাগৰঃ ১৯ এপ্ৰিলত ডিমৌ শিৱসাগৰ আৰু নাজিৰা বিধানসভা সমষ্টিত ভোটদানৰ দিনা বন্ধ ঘোষণা জিলা...
નશામાં ધૂત વરરાજાને લાફા પર લાફા પડ્યા, પત્નીની જગ્યાએ સાળીને પહેરાવી વરમાળા
સોશિયલ મીડિયા પર હજારો વીડિયો વાયરલ થતા રહે છે, પરંતુ આજે જે વીડિયો વાયરલ થઈ રહ્યો છે તે કંઈક અલગ...
India beat New Zealand by 70 runs in the World Cup semi-final match at Mumbai's Wankhede Stadium
November 15, 2023
ICC World Cup Semi-Final 1Mumbai,
India 397/4 (50) beat New...
पाकिस्तानी सीमा हैदर ने प्रधानमंत्री नरेंद्र मोदी और मुख्यमंत्री योगी आदित्यनाथ को भेजी राखी,सीमा क्यों भेज रही है राखी?
पाकिस्तानी सीमा हैदर का नया वीडियो सामने आया है। इसमें वह पीएम नरेंद्र मोदी को राखी भेजने की...