অসমৰ আকাশত এয়া কিহৰ ধোঁৱা?

মঙলদৈৰ আকাশত দেখাগ’ল ৰকেটৰ ধোৱা!

৪ আগষ্টৰ আবেলি দেখা গ’ল মঙলদৈৰ আকাশত৷

চীন আৰু টাইৱানৰ মাজত সৃষ্টি হোৱা যুদ্ধৰ আখৰাই সংকিত কৰিছে সমগ্ৰ পৃথিৱীক৷ তেনে সময়তে অসমৰ আকাশত দেখা গ’ল ৰকেটৰ ধোৱা৷ আচলতে এয়া কিহৰ ধোৱা ইয়াক লৈ মানুহৰ মাজত চৰ্চা আৰম্ভ হৈছে৷