কেইবাটাও বঁটা লৈ ৰহালৈ গৌৰৱ কঢিয়াই অনা ৰহা সৰাগাওঁ নিবাসী শিক্ষক, লেখক,নিবন্ধকাৰ লক্ষী প্ৰসাদ ডেকা ক দেওবাৰে গুৱাহাটী দিশপুৰ প্ৰেছ ক্লাবত মহাবংগ সাহিত্য পৰিষদৰ উদ্যোগত অসম শাখাৰ সহযোগত অনুষ্ঠিত হোবা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা বিতৰন অনুষ্ঠানত সামাজিক ৰ লগতে সাহিত্য, সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অবদানৰ বাবে মাদাৰ টেৰেছা আন্তঃৰাষ্ট্ৰীয় বঁটা ২০২৩ বঁটা প্ৰদান কৰা হয়।বঁটাত এখনি ফুলাম গামোচা,অংগবস্ত্ৰ,অভিনন্দন পত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়।লগতে গাম্ভীৰ্য্যপুৰ্ন অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত অবদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ মাদাৰ টেৰেছা আন্তঃৰাষ্ট্ৰীয় বঁটা ২০২৩ প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
झमझम कॉलनी परिसरात डॉक्टर योगेश क्षीरसागर हस्ते सिमेंट रस्ते कामाचा शुभारंभ@india report
झमझम कॉलनी परिसरात डॉक्टर योगेश क्षीरसागर हस्ते सिमेंट रस्ते कामाचा शुभारंभ@india report
Share Market Fall | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? | Kamai Ka Adda
Share Market Fall | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? | Kamai Ka Adda
iOS 17.5: Apple यूजर्स की बल्ले-बल्ले! मिलने लगा लेटेस्ट सॉफ्टवेयर अपडेट, जानिए क्यों है इतना खास
Apple अपने कस्टमर्स के लिए हाल ही में iOS 17.5 लेकर आया था। फिलहाल इसे डेवलपर्स और आम जनता दोनों...