মাজুলীত লোক শাসন দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে কৃষি মেলা৷ দহ গৰাকী অগ্ৰনী কৃষকে ফিটা কাটি উদ্ধোধন ককে কৃষি মেলাৰ ৷ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহিলা গোটে কৃষি পৰ্দশনী কৰাও পৰিলক্ষিত হৈছে৷

এই কৃষি মেলা উদ্ধোধনী অনুষ্ঠানত মাজুলীৰ উপায়ুক্ত পুলক মহন্ত আৰু কৃষি বিভাগৰ এডিঅ ইৰছাদ আলিৰ লগতে বহু কেইজন বাষয়া উপস্থিত হৈ কৃষক সকলক উৎসাহিত কৰে৷ ইফালে উপায়ুক্ত গৰাকীয়ে মাজুলীৰ সকলো ৰাইজক ঘৰ ঘৰ মে ত্ৰিৰংগা আচনি খন সুন্দৰকৈ পালন কৰিবলৈ আহ্বান জনাই৷ এই কৃষিমেলাৰ জড়িয়তে মাজুলীৰ কৃষক সকলক বজাৰ মুখি কৰাৰ প্ৰয়াস কৰাোহৈছে বুলি মন্তব্য কৰে৷