∆ মাতৃ-পিতৃ বন্দনা আচঁনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীলৈ নৈমিত্তিক ছুটী ঘোষণা 

∆ অহা ২০২৩ বৰ্ষৰ ৯ আৰু ১০ ফেব্ৰুৱাৰীত এই ছুটী ভোগ কৰিব পাৰিব।

∆কৰ্মচাৰী সকলে নিদিষ্ট পৰ্টেলত আবেদন কৰিব লাগিব।।