∆  অহা ১২ডিচেম্বৰ,২০২২ সোমবাৰে ৰাতিপুৱা ৯:০০বজাত দৰং জিলাৰ ঔতলাৰ অকলিবাৰীত নতুনকৈ নিৰ্মাণ হোৱা অসম চৰকাৰৰ ধান ক্ৰয় গৃহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন।

∆ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কলাইগাওঁ সমষ্টিৰ  বিধায়ক আৰু দৰং জিলাৰ  উপায়ুক্ত ।

∆ উক্ত দিনটোৰ পৰা পঞ্জীয়ন ভুক্ত খেতিয়ক ৰাইজে চৰকাৰী ধান বিক্ৰীৰ অনুজ্ঞাপত্ৰ লাভ কৰিব |

∆ অনুষ্ঠানত উদ্যোক্তা সকলে ৰাইজৰ উপস্হিতি কামনা কৰিছে ।

#Local news