পুৱাই।মৰাণৰ পূৰ্ণিমা হোটেআজিপুৱাই পুৰ্ণিমা হোটেলৰ সন্মুখত পথ দুৰ্ঘটনা সংঘটিত হয়। মৰাণৰ ৩৭নং ঘাই পথৰ পুৰ্ণিমা হোটেলৰ সন্মুখত সংঘটিত হ'ল এই ভয়ংকৰ পথ দুৰ্ঘটনা। এগৰাকী মহিলাই নিজৰ কন্যাক বিদ্যালয়লৈ নি থকা সময়তে এখন বুলেট বাইকত খুন্দা মৰাৰফলত এই দুৰ্ঘটনা।সংঘটিত হয়। দুৰ্ঘটনাত বাইক আৰোহী দীপ বৰুৱাৰ লগতে স্কুটিত থকা ২নং সৰুপথাৰ গাৱৰ নিৱাসী মাতৃ চল্লিশ বছৰীয়া ৰীঁনা বৰগোঁহাইৰ লগতে কন্যা বাৰ্বী বৰগোঁহাই গুৰুতৰ ভাৱে আহত হয়। তিনিওকে তৎক্ষনাত চিকিৎসালয়লত ভৰ্তি কৰোৱা হয়।লৰ সন্মুখত পথ দুৰ্ঘটনা। তিনিজন গুৰুতৰ ভাৱে আহত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
লাট গাঁও প্ৰধান মৰাণ চক্ৰ সমিতিৰ সাধাৰণ সভা সম্পন্ন
ডিব্ৰুগড় জিলাৰ অধীনস্থ মৰাণ ৰাজহ চক্ৰৰ লাট গাঁও প্ৰধান চক্ৰ সমিতিৰ সাধাৰণ সভাখন আজি দুপৰীয়া...
કાંકરેજ તાલુકામાં ઠગાઈ કરતી ટોળકી સક્રિય બની..
બનાસકાંઠા બેકિંગ
કાંકરેજ તાલુકામાં ઠગાઈ કરતી ટોળકી સક્રિય બની..
2 જીવતા...
सांगोद में नवविवाहित महिलाओं के मतदाता सूची में जोड़े गए नाम
सांगोद, कोटा। निर्वाचन आयोग के निर्देशानुसार शनिवार से क्षेत्र के मतदान केन्द्रों पर मतदाता...
Trading Strategy | Coal India शेयर में एक्सपर्ट से जानिए किस Level पर करें Buy or Sell | CNBC Awaaz
Trading Strategy | Coal India शेयर में एक्सपर्ट से जानिए किस Level पर करें Buy or Sell | CNBC Awaaz