নাৰায়ণপুৰৰ পথালিপাহাৰত মৃতদেহ উদ্ধাৰ। অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটো ৰেলপথৰ কাষতে উদ্ধাৰ হৈছে মৃতদেহটো । মৃতদেহটো গণেশ ভূজেল নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে। মৃত ব্যক্তি জন মানসিক বিকাৰগ্রস্থ আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে বান্দৰদেৱা আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উত্তৰ শালমাৰাত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
আজি সন্ধিয়া উত্তৰ শালমাৰাত উদ্ধাৰ কৰা হয় এডাল প্ৰকাণ্ড অজগৰ সাপ ৷ উত্তৰ শালমাৰাৰ সবিতা ৰায়ৰ ঘৰত...
चिकित्सा व्यवस्था सुधार की मांग आंदोलन की चेतावनी
कांग्रेस कार्यकर्ताओं ने दी आंदोलन की चेतावनी, चिकित्सा व्यवस्था में सुधार की मांग
नैनवा उपखंड...
Stock Market Rally Profit Tracking LIVE: Sensex में 500 प्वाइंट का उछाल, Nifty 21700 के ऊपर निकला
Stock Market Rally Profit Tracking LIVE: Sensex में 500 प्वाइंट का उछाल, Nifty 21700 के ऊपर निकला
অভিলেখ! ৩০ কোটিৰো অধিক ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰি ৫০০ কোটি টকাৰ ব্যৱসায়
‘হৰ ঘৰ ত্ৰিৰংগ’ অভিযানৰ জৰিয়তে এইবাৰ সমগ্ৰ দেশতে ৩০ কোটিৰো অধিক ৰাষ্ট্ৰীয় পতাকা...