নাৰায়ণপুৰৰ পথালিপাহাৰত মৃতদেহ উদ্ধাৰ। অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটো ৰেলপথৰ কাষতে উদ্ধাৰ হৈছে মৃতদেহটো । মৃতদেহটো গণেশ ভূজেল নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে। মৃত ব্যক্তি জন মানসিক বিকাৰগ্রস্থ আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে বান্দৰদেৱা আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মহানগৰীৰ ৰূপনগৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মহানগৰীৰ ৰূপনগৰৰ অসম ৰাজ্যিক পৰিবহন নিগৰ ৱৰ্কশ্বপৰ সমীপত ভৰলু নৈৰ দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ...
অতুল হত্যাকাৰীৰ আৰক্ষী শাস্তিকলৈ সন্দিহান গঞা ।ৰাজহুৱা গায়ন ঘাত মাৰি হত্যাকাৰীৰ শাস্তি প্ৰাৰ্থনা ।
*ৰাজহুৱা গায়ন ঘাত মাৰি হত্যাকাৰীৰ শাস্তি প্ৰাৰ্থনা ঘিলামৰাত*
ধৰ্ম,...
ગુજરાત: અમદાવાદમાં વિઝા માટેની નકલી માર્કશીટનું રેકેટ ઝડપાયું
એલિસબ્રિજ પોલીસે ગુજરાત બોર્ડના અસલી લોગોવાળી આંબાવાડીના ગ્રાન્ડ મોલમાંથી નકલી માર્કશીટ બનાવતા...
भणीतून हजारो शिवसैनिक दसरा मेळाव्यास उपस्थित राहणार
आमदार डॉ.राहुल पाटील यांची माहिती
परभणी(प्रतिनिधी) शिवसेनेच्या मुंबईतील दसरा मेळाव्यासाठी परभणीतून हजारो शिवसैनिक जाणार आहेत अशी...