সোণাৰিত কণমানি ছাত্ৰৰ কণ্ঠত জুবিন গাৰ্গৰ গীত ভাইৰেল হৈ পৰিছে। সোণাৰিৰ পাৰ্বতি প্ৰসাদ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ কণ্ঠত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এটি গীত এতিয়া ভাইৰেল হৈ পৰিছে। ছাত্ৰ গৰাকীৰ নাম অভিৰাজ বৰগোহাঁই। সোণাৰিস্থিত শিৱসাগৰ জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকলৰ school internship program ৰ সময়ত পৰিৱেশন কৰা মায়া মাথোঁ মায়া গীতটি এতিয়া ভাইৰেল হৈ পৰিছে প্ৰতিগৰাকী নেটিজেনৰ হাতত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Warm Up Routine | Shilpa Shetty Kundra | Health and Fitness
Warm Up Routine | Shilpa Shetty Kundra | Health and Fitness
ঐতিহাসিক মাহমৰা পথ নিৰ্মাণত অনিয়ম: টিংখাং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও
নামৰূপৰ পৰা টিংখাঙলৈকে নিৰ্মীয়মান ঐতিহাসিক মাহমৰা আলি নিৰ্মাণ কাৰ্যত চুড়ান্ত দুৰ্নীতি অনিয়মৰ...
केशोरायपाटन में अनियंत्रित होकर श्रमिको से भरी ट्रैक्टर ट्रॉली पलटी,हादसे के 1 महिला श्रमिक की हुई मौत,करीब 15 श्रमिक हुए घायल
केशवरायपाटन.थाना इलाके में कोटा लालसोट मेगा हाइवे पर गुड़ली गांव के पास ट्रैक्टर ट्रॉली के...
मानसून में सीजनल बीमारियों का नहीं होना शिकार, तो इन 3 योग आसनों से बनाएं Immunity को मजबूत
मानसून तन और मन को राहत देने वाला तो मौसम है लेकिन साथ ही साथ ये इस सीजन में कई तरह की बीमारियों...