আঙুৰলতা ডেকাৰ বাসগৃহ ঘেৰাও কৰিব আটাছুৱে। এই কথা জানিবলৈ দিছে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ নেতৃত্বই। বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত সাব্যস্ত কৰা কংগ্ৰেছ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচীত আহোম জাতি মুৰ্দাবাদ ধ্বনি দিয়াৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আটাছুৱে। আনহাতে আঙুৰলতা ডেকাই ক্ষমা নোখোজা পৰ্যন্ত আটাছু ক্ষান্ত নহয় আৰু আহোম জনগোষ্ঠীক লৈ ৰাজনীতি নকৰিবলৈ সকিয়াই দিছে সংগঠনটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લમ્પી સ્કીન ડિસિઝ પર નિયંત્રણ મેળવવા સરકાર સક્ષમ
લમ્પી સ્કીન ડિસિઝ પર નિયંત્રણ મેળવવા સરકાર સક્ષમ
TVS Ronin Special Edition कितनी खास? जानें कीमत से लेकर इंजन तक की सारी डिटेल्स
विशेष संस्करण यूएसबी चार्जर एक फ्लाईस्क्रीन और एक विशिष्ट डिजाइन वाले ईएफआई कवर सहित प्री-फिटेड...
भीमा नदीपात्रात आढळला अनोळखी इसामचा मृतदेह
धानोरे ता. शिरुर येथील संदीप भोसुरे हे सायंकाळच्या सुमारास भीमा नदीकडे गेलेले असताना त्यांना...
সুবাস ৰহাৰ চতুৰ্থ বৰ্ষপূৰ্তী আৰু ৭৯তম্ স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি।চাইকেল দৌৰ,চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হব।
সমাগত ৭৯তম্ স্বাধীনত দিৱস, সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ...
Loksabha Election 2024: आज से मिशन साउथ पर PM Modi, Kerala-Tamil Nadu को देंगे हजारों करोड़ की सौगात
Loksabha Election 2024: आज से मिशन साउथ पर PM Modi, Kerala-Tamil Nadu को देंगे हजारों करोड़ की सौगात