নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ পাণ্ডুলা গাওঁ নিবাসী প্ৰয়াত শিক্ষক নৰেন্দ্ৰ নাথ পাটোৱাৰীৰ গৃহত বৃহস্পতিবাৰে সন্ধিয়া মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত হয়৷প্ৰয়াত শিক্ষক গৰাকীৰ গৃহত উপস্থিত হৈয়ে সাংসদ গৰাকীয়ে তেওঁৰ প্ৰতিচ্ছবিত পূস্পাঞ্জলি আৰু বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধা জ্ঞাপন কৰে৷প্ৰয়াত শিক্ষক গৰাকীৰ প্ৰাক্তন ছাত্ৰ তথা তেওঁৰ পিতৃ প্ৰয়াত প্ৰবীন চন্দ্ৰ শইকীয়াৰ সহকৰ্মী প্ৰয়াত পাটোৱাৰীৰ স্মৃতি সোৱঁৰী সাংসদ গৰাকীয়ে কয় যে শিক্ষকতা কালত সকলোৰে প্ৰিয় চাৰৰ মৃত্যুত মই সচাকৈয়ে মৰ্মাহত হৈছো৷মোৰ পিতৃৰ সহকৰ্মী হিচাবে চাৰৰ লগত আমাৰ পৰিয়ালৰ এটি সু-সম্পৰ্ক আছিল৷প্ৰায়ে চাৰে আমাৰ খা-খৱৰ লৈছিল৷ প্ৰয়াত পাটোৱাৰী নলবাৰী জিলাৰ শতবৰ্ষ অতিক্ৰম কৰা ঐতিহাসিক শিক্ষানুষ্ঠান পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিচাবে কৰ্মৰত থাকি অৱসৰ গ্ৰহণ কৰিছিল৷আনহাতে উক্ত বিদ্যালয়তে সাংসদ গৰাকীৰ পিতৃ ৺প্ৰবীন চন্দ্ৰ শইকীয়াও শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માલધારી સમાજ માટે અગત્યનું, પશુ પાલન બીલ ની વિધાનસભા, ગાંધીનગર માં ચર્ચા, રઝળતા ઢોર નો ગંભીર પ્રશ્ન
માલધારી સમાજ માટે અગત્યનું, પશુ પાલન બીલ ની વિધાનસભા, ગાંધીનગર માં ચર્ચા, રઝળતા ઢોર નો ગંભીર પ્રશ્ન
ભુવારાજ?વગર વરસાદે અમદાવાદ ગાંધીનગર હાઇવે પર ભુવો પડ્યો,ટુ વ્હીલર ચાલકો થયા સ્લીપ.. વિડિયો જુઓ અહીં
ભુવારાજ?વગર વરસાદે અમદાવાદ ગાંધીનગર હાઇવે પર ભુવો પડ્યો,ટુ વ્હીલર ચાલકો થયા સ્લીપ.. વિડિયો જુઓ અહીં
ગેરકાયદેસર બાંધકામમાં બિલ્ડરો સાથે કોર્પોરેશનના અધિકારીઓની મિલીભગત?સ્થાનિક રહીશો એલીધો કોર્ટનો સહારો
ગેરકાયદેસર બાંધકામમાં બિલ્ડરો સાથે કોર્પોરેશનના અધિકારીઓની મિલીભગત?સ્થાનિક રહીશો એલીધો કોર્ટનો સહારો
সাপেখাতীত ৰাইজৰ উৎসৱ সম্পন্ন
সাপেখাতীত ৰাইজৰ উৎসৱ সম্পন্ন
সাপেখাতী চাৰিআলি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত তথা ইয়াৰ সমূহ বিদ্যালয়ৰ...