হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত মদাৰতলিত আজি আবেলি চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক দুৰ্ঘটনা সংগঠিত হয় ৷ দুৰ্ঘটনাৰ ফলত এজন বৃদ্ধ লোক থিতাতে নিহত হয় ৷ ইয়াকে লৈ সমগ্ৰ অঞ্চল জুৰি তীব্য প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বাতৰি অনুসৰি আজি আবেলি ডবকাৰ মদাৰতলিৰ সমীপত নগাওঁৰ পৰা ডবকা অভিমুখে আহি থকা এ এছ ০২ এ ডি ৬১৬৫ নম্বৰৰ তীব্ৰবেগী আৰ্টিগা গাড়ী খনে পথৰ দাতিত থকা এজন বৃদ্ধ লোকক খুন্দা মাৰে ৷ ডবকাৰ সৰ্দাৰগাৱৰ হাজী আকবৰ আলী নামৰ বৃদ্ধ লোকজনে দোকানৰ পৰ সামগ্ৰী লৈ নিজা ঘৰ অভিমুখে গৈ থকা অৱস্থাতে দুৰ্ঘটনাটো সংগঠিত হয় ৷ পাছত স্থানীয় লোকে ডবকা আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পোৱাৰ মাত্ৰকেই ডবকা আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত গুৰুতৰ ভাবে আহত বৃদ্ধ লোকজনক স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ তৰি ডবকাৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ আনে যদিওঁ তাত চিকিৎসকে লোকজনক় মৃত ঘোষনা কৰে ৷ পাছত দুৰ্ঘটনা সংগঠিত কৰা গাড়ীখন জব্দ কৰি ডবকা আৰক্ষী থানালৈ লৈ আনে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગારીયાધાર:પ્રાથમિક શાળા ખાતે મતદારયાદી સુધારણા કાર્યક્રમ નું આયોજન કરાયું
ગારીયાધાર:પ્રાથમિક શાળા ખાતે મતદારયાદી સુધારણા કાર્યક્રમ નું આયોજન કરાયું
જેતપુર નો અમરનગર રોડ બિસ્માર હાલતમાં ધૂળની ડમરીઓથી રાહદારીઓ ત્રસ્ત
ગુજરાતના સમાચાર | Gstv Gujarati News
মৰাণ জোন গাঁৱত প্ৰায় দহদিন ধৰি বানত আৱদ্ধ গাঁওবাসী। খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধি আৰু বিভাগৰ।
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ জোন গাঁৱত প্ৰায় দহদিন ধৰি বানপানীত...
NDRF Team rescues two youths trapped in the flood in Udaipur, Rajasthan.
NDRF Team rescues two youths trapped in the flood in Udaipur, Rajasthan.
নুমলীগড়ৰ দৈগ্ৰোংত ব্যতিক্ৰমী ৰূপত এদল মহিলাৰ ভাওনাৰ ব্যাপক অনুশীলন, প্ৰস্তুতি তুংগত।
নুমলীগড়ৰ দৈগ্ৰোংত ব্যতিক্ৰমী ৰূপত এদল মহিলাৰ ভাওনাৰ ব্যাপক অনুশীলন, প্ৰস্তুতি তুংগত।
নুমলীগড়ৰ...