চৰাইদেউ জিলাৰ সাপেখাতী স্বাস্থ্য বিভাগৰ অধীনত আটাল পথাৰ গাৱৰ উপ স্বাস্থ্যকেন্দ্ৰটি উপসাস্থ্য কেন্দ্ৰৰ পৰা আয়ুস স্বাস্থ্য কল্যাণ কেন্দ্ৰ লৈ উন্নতি কৰে। সেই উদ্দেশ্যে উপস্থিত হয় স্বাস্থ্যবিভাগৰ কেইবাজনো বিষয় ববীয়া। স্বাস্থ্য বিভাগৰ বিষয় ববীয়া সকলৰ উপস্থিতিত আনুস্থানিক ভাৱে উদ্বোধন হয় আটাল পথাৰ গাঁৱৰ উপস্বাস্থ্য কেন্দ্ৰটি আয়ু স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ হিচাবে।আটাল পথাৰ গাঁৱৰ এই কেন্দ্ৰটিৰ বাবে চিকিৎসক নাৰ্চ ৰ লগতেবহু সুবিধা লাভ কৰিব বুলি বিভাগীয় কতৃপক্ষই জানিবলৈ দিয়ে। এনেদৰেই আটাল পথাৰ গাঁও বাসীৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ পৰা কিছু হ'লেও সমাধান হ'ব বুলি চিকিৎসা বিভাগে।জানিবলৈ দিয়ে। ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सोनारी में दुर्गा पुजा पालन के दिशा-निर्देशों पर बैठक
सोनारी में आगामी दुर्गा पूजा समारोह पर बैठक प्रशासन की बैठक।
आगामी दुर्गा पूजा समारोह पालन...
তেলাহী গাঁওপঞ্চায়তৰ ৭ ৱাৰ্ডত ৰাজহুৱা সভা
তেলাহী গাঁওপঞ্চায়তৰ ৭ ৱাৰ্ডত ৰাজহুৱা সভা, বৃহস্পতিবাৰে গাঁওপঞ্চায়তখনৰ সাত নং ৱাৰ্ড সদস্য গৰাকীৰ...
Deepak Shenoy's Share Market Bold Tips | Tata Chemicals की वैल्यू बढ़ने की उम्मीद | Business News
Deepak Shenoy's Share Market Bold Tips | Tata Chemicals की वैल्यू बढ़ने की उम्मीद | Business News
স্বাধীনতা দিৱস উপলক্ষে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে বাহিৰ কৰিছে এক বিশাল বাইচাইকেল ৰেলী
স্বাধীনতা দিৱস উপলক্ষে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে বাহিৰ কৰিছে এক বিশাল বাইচাইকেল ৰেলী
৭৫...