অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে নাৰায়ণপুৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লবলৈ নাৰায়ণপুৰস্থিত আদৰণি সমিতিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় লখিমপুৰ প্ৰেছ ক্লাবৰ এটা সাংবাদিকৰ দল ৷ আদৰণি সমিতিৰ আৰু উপ-সমিতিৰ একাংশ বিষয়ববীয়াৰ পৰা অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় ৷ সাংবাদিকৰ দলটোত প্ৰেছ ক্লাবটোৰ সভাপতি কুমুদ বৰুৱা , সম্পাদক কৰুনাকৃষ্ণ নাথ , জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱা , কুমুদ শইকীয়া আৰু দীপেন বৰা উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઓબીસી ક્વોટામાં કોને કેટલી નોકરીઓ મળી? યોગી સરકારે તમામ વિભાગો પાસેથી વિગતો માંગી
છેલ્લા 10 વર્ષમાં OBC ક્વોટામાં કેટલી નોકરીઓ મળી તે અંગે આજે યુપીમાં તમામ વિભાગોની બેઠક યોજાવા જઈ...
अवैध शराब रखने पर ढाबा संचालकों पर पवई पुलिस ने की कार्यवाही देसी मदिरा प्लेन एवं अंग्रेजी शराब गोवा कुल मिलाकर 30 लीटर कीमती करीबन ₹20000 की बरामद
पन्ना पुलिस अधीक्षक श्रीमती निवेदिता नायडू एवं अतिरिक्त पुलिस अधीक्षक श्रीमती वंदना सिंह...
BYD Seal EV कल हो रही है लॉन्च; जानिए संभावित कीमत, रेंज और फीचर डिटेल्स
BYD कल यानी 4 मार्च को भारतीय बाजार में अपना तीसरा प्रोडक्ट Seal EV लॉन्च करने वाली है। सील ईवी...
CM ભૂપેન્દ્ર પટેલે ૧૧માં એગ્રી એશિયા પ્રદર્શનને ખૂલ્લું મુક્યુ
#buletinindia #gujarat #gandhinagar