চাৰিদুৱাৰত ভাওঁনা উদযাপন। চাৰিদুৱাৰ বালিপৰা মৌজা সামৰি অসম অৰুনাচল সিমান্তৰ বিভিন্ন জাতি ধৰ্মৰে সমৃদ্ধ চাৰিদুৱাৰৰ কেন্দ্ৰীয় নামঘৰত আয়োজন কৰা হয় "বঘাসুৰ বধ"ভাওঁনা। এই ভাওঁনাখনত চাৰিদুৱাৰ বালিপৰাৰ কেইবাগৰাকীও আমোলা বিষয়া সাংবাদিকক দেখা গল অভিনেতাৰ ৰূপত। ভাওঁনাখনিৰ ব্ৰহ্মাৰ ভাওঁত অভিনয় কৰে বিদ্যু উপ: সংমণ্ডল বিষয়া শাৰংগপানী শইকীয়াই একেদৰে শিৱৰ ভাওঁত অভিনয় কৰে নামেৰী বন্যপ্ৰানী ৰেঞ্জাৰ দেৱাশীষ বুঢ়াগোহাঁই একেদৰে দেৱৰাজ ইন্দ্ৰৰ ৰূপত দেখা গ'ল চাৰিদুৱাৰৰ আৰক্ষী বিষয়া দিপু বৰাক। দুদিনীয়াকৈ আয়োজিত এই ভাওঁনাখনিত বৃহত্তৰ চাৰিদুৱাৰ বালিপৰা অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেনীৰ লোকে অংশগ্ৰহন কৰি গুৰুজনাৰ অমৰ সৃষ্টি এই অংকীয়া ভাওঁনাৰ এক অনন্য মাত্ৰা প্ৰদান কৰিলে।ভাওঁনাখনিত এক বিশেষ চৰিত্ৰত অভিনয় কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দিপলীনা ডেকাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘मुसलमान टारगेट’ Modi के ‘मुस्लिम-मंगलसूत्र’ बयान पर UP के Sambhal में क्या बोले लोग? Election 2024
‘मुसलमान टारगेट’ Modi के ‘मुस्लिम-मंगलसूत्र’ बयान पर UP के Sambhal में...
અદાણી પોર્ટ પર વારંવાર પકડાઈ રહેલ ડ્રગ્સ મુદ્દે યુથ કોંગ્રેસ દ્વારા અદાણી ઓફિસની બહાર વિરોધ પ્રદર્શન
અદાણી પોર્ટ પર વારંવાર પકડાઈ રહેલ ડ્રગ્સ મુદ્દે યુથ કોંગ્રેસ દ્વારા અદાણી ઓફિસની બહાર વિરોધ પ્રદર્શન
2022-23ರ ಬಜೆಟ್ ಗೆ ಹೋಲಿಸಿದರೆ ರಾಜ್ಯಸ್ವ ವೆಚ್ಚ ಹಾಗೂ ಶೇಕಡ 16 ರಷ್ಟು ಬಂಡವಾಳ ವೆಚ್ಚ ಹೆಚ್ಚಾಗಿದೆ : ಸಿದ್ದರಾಮಯ್ಯ
ಈ ಆಯವ್ಯಯಲ್ಲಿ 2,50,933 ಕೋಟಿ ರೂ. ರಾಜಸ್ವ ವೆಚ್ಚ , ಬಂಡವಾಳ ವೆಚ್ಚ 54,374 ಕೋಟಿ ರೂ.ಗಳಾಗಿದ್ದು, 2022-23ರ...
पोर्नोग्राफी मामले में शिल्पा का नाम आने से भड़के राज:कहा- मीडिया को ड्रामे का शौक, पत्नी का नाम बार-बार इस मामले में घसीटना मंजूर नहीं
29 नवंबर को पोर्नोग्राफी मामले में राज कुंद्रा- शिल्पा शेट्टी के घर में एनफोर्समेंट डायरेक्टोरेट...