চাৰিদুৱাৰত ভাওঁনা উদযাপন। চাৰিদুৱাৰ বালিপৰা মৌজা সামৰি অসম অৰুনাচল সিমান্তৰ বিভিন্ন জাতি ধৰ্মৰে সমৃদ্ধ চাৰিদুৱাৰৰ কেন্দ্ৰীয় নামঘৰত আয়োজন কৰা হয় "বঘাসুৰ বধ"ভাওঁনা। এই ভাওঁনাখনত চাৰিদুৱাৰ বালিপৰাৰ কেইবাগৰাকীও আমোলা বিষয়া সাংবাদিকক দেখা গল অভিনেতাৰ ৰূপত। ভাওঁনাখনিৰ ব্ৰহ্মাৰ ভাওঁত অভিনয় কৰে বিদ্যু উপ: সংমণ্ডল বিষয়া শাৰংগপানী শইকীয়াই একেদৰে শিৱৰ ভাওঁত অভিনয় কৰে নামেৰী বন্যপ্ৰানী ৰেঞ্জাৰ দেৱাশীষ বুঢ়াগোহাঁই একেদৰে দেৱৰাজ ইন্দ্ৰৰ ৰূপত দেখা গ'ল চাৰিদুৱাৰৰ আৰক্ষী বিষয়া দিপু বৰাক। দুদিনীয়াকৈ আয়োজিত এই ভাওঁনাখনিত বৃহত্তৰ চাৰিদুৱাৰ বালিপৰা অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেনীৰ লোকে অংশগ্ৰহন কৰি গুৰুজনাৰ অমৰ সৃষ্টি এই অংকীয়া ভাওঁনাৰ এক অনন্য মাত্ৰা প্ৰদান কৰিলে।ভাওঁনাখনিত এক বিশেষ চৰিত্ৰত অভিনয় কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দিপলীনা ডেকাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
লেডি ডন চিকিৎসক : (তোক চৰিয়াম এতিয়া) চতুর্থ শ্ৰেণীৰ মহিলা কৰ্মচাৰীৰ লগত খণ্ড যুদ্ধ
লেডি ডন চিকিৎসক : ( তোক চৰিয়াম এতিয়া ) চতুর্থ শ্ৰেণীৰ মহিলা কৰ্মচাৰীৰ লগত খণ্ড যুদ্ধ
মাজুলীৰ...
দিৰৈ ৰাঙলীত ১নং নির্মলীয়া নৱ আলোক যুৱ সংঘৰ সাধাৰণ সভা সম্পন্ন
দিৰৈ ৰাঙলীত ১নং নিৰ্মলীয়া নৱ আলোক যুৱ সংঘৰ সাধাৰণ সভা সম্পন্ন
যুৱ সংঘৰ নতুন সমিতি আৰু...
পুণৰবাৰ চাহ শ্ৰমিক মইনা নায়ক আৰু বিনোদ মিঞ্জৰ প্ৰসংগ
তেজপুৰত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন চাহ জনজাতি ছাত্ৰ সন্হা আৰু চাহ জনজাতি মহিলা সমিতিৰ৷...
Rajasthan News : दौसा में 150 फीट गहरे बोरवेल में गिरा 5 साल का आर्यन | Aaj Tak
Rajasthan News : दौसा में 150 फीट गहरे बोरवेल में गिरा 5 साल का आर्यन | Aaj Tak
"ছয় জনগোষ্ঠীক জনজাতিকৰণত সদিচ্ছা নাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ"- বিশ্বজিৎ ৰায়
"ছয় জনগোষ্ঠীক জনজাতিকৰণত সদিচ্ছা নাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ"- বিশ্বজিৎ ৰায়