অসম সন্তান হৃদয় হাজৰিকাই কেৰেলাত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিঙ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন পঞ্জাৱৰ অৰ্জুন বাবুতাই হৃদয়ক ১৬-৮ পইন্টৰ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক লাভ কৰে। ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰ্মিৰ সন্দীপে। যোৱা কালি অনুষ্ঠিত হোৱা কোৱালিফিকেচন মেচত প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয়ে ৬২৯.২ পইণ্ট অৰ্জন কৰি ফাইলত প্ৰবেশ কৰে। ক'ৰনাত আক্ৰান্ত আৰু ভৰিৰ আঙুলিৰ আঘাটৰ বাবে যোৱা সময় ছোৱাত হৃদয়ে ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত ব্যৱসায়ীক ৰ'ডেৰে নিৰ্মমভাৱে প্ৰহাৰ ,সংকটজনক অৱস্থাত চিকিৎসাধীন।
সোণাৰিত ব্যৱসায়ীক ৰ'ডেৰে নিৰ্মমভাৱে প্ৰহাৰ ,সংকটজনক অৱস্থাত চিকিৎসাধীন।
সোণাৰি আৰক্ষীৰ...
બેઠકોના 168 ઉમેદવારોનું ભાવિ EVMમાં સીલ, 8મીએ ઉમેદવારો પર જીતનો કળશ ઢોળાશે
ગુજરાત વિધાનસભાની ચુંટણીનું પ્રથમ તબક્કાનું મતદાન પૂર્ણ થયું છે. 19 જિલ્લાની 89 બેઠકો પર મતદાન...
हिंदू मंदिरों पर हो हिंदू समाज का नियंत्रण':विश्व हिंदू परिषद के राष्ट्रीय महामंत्री बोले- मंदिरों का संचालन सरकार का काम नहीं
राजधानी जयपुर में बजरंग दल की दो दिवसीय अखिल भारतीय बैठक 21 और 22 सितंबर को जयपुर में आयोजित हो...
Mahuva પુજ્ય મોરારિબાપુ નાં હસ્તે તલગાજરડા ગામે વૃક્ષારોપણ
પુજ્ય મોરારિબાપુ નાં હસ્તે તલગાજરડા ગામે વૃક્ષારોપણ
સમગ્ર વિશ્વના તાપમાનમાં વધારો થઈ રહ્યો...
જામનગરમાં પોલીસની હાજરીમાં જ શહેર કોંગ્રેસ-પ્રમુખે આત્મવિલોપનનો પ્રયાસ કર્યો.. વિડિયો જોવો અહીં
જામનગરમાં પોલીસની હાજરીમાં જ શહેર કોંગ્રેસ-પ્રમુખે આત્મવિલોપનનો પ્રયાસ કર્યો.. વિડિયો જોવો અહીં