দৰঙৰ অগ্ৰণী সাংবাদিক সংগঠন মঙলদৈ মিডিয়া চাৰ্কোলৰ সভাপতিৰ পদত স্থলাভিষিক্ত হৈছে আছুৰ প্ৰাক্তন সহকাৰী সম্পাদক, ৩০ বছৰে সাংবাদিকতাৰ স’তে জড়িত, বজ্ৰকণ্ঠৰ অধিকাৰী ভাৰ্গৱ কুমাৰ দাস ৷ কালি নিজা অস্থায়ী কাৰ্যালয়ত অনুস্থিত মিডিয়া চাৰ্কোলৰ এখন বিশেষ সভাত দাসৰ নাম সদ্য প্ৰাক্তন সভাপতি হিতেশ হাজৰিকাই প্ৰস্তাৱ কৰাৰ পাছতে সম্পাদক ময়ূখ গোস্বামী, কাৰ্যকৰী সভাপতি হেমন্ত কুমাৰ বৰুৱা, সদস্য কুমাৰ ধৰ্মেন্দ্ৰ নাৰায়ণ দেৱ, বিজয় বৰুৱা, জয়ন্ত ৰায়, শ্ৰাৱন ঝা আদিয়ে পূৰ্ণ সমৰ্থন আগবঢ়ায় ৷ সভাত আজাদী কী অমৃত মহোৎসৱ তথা স্বাধীনতা দিৱসৰ স’তে সংগতি ৰাখি অবিভক্ত দৰঙৰ স্বাধীনতা সেনানী সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা, সামাজিক দিশত অধিক অগ্ৰসৰ হোৱা, সাংবাদিকতাৰ ধাৰা সু-সংগঠিত কৰা আদিৰ বিষয়ে আলোচনা কৰা হয় ৷ সভাত শুভাকাংক্ষীৰূপে উপস্থিত থাকে দলগাওঁস্থিত দৰং “ডায়েট“ৰ অধ্যক্ষ মাধৱ শৰ্মা, সহকাৰী অভিযন্তা কেশৱ কুমাৰ শৰ্মা আদি ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નેત્રંગ તાલુકાના રમણપુરા ગામ નજીક બલદેવ ડેમમાં કાર ખાબકતા એક જ પરિવારના ત્રણના મોત
નેત્રંગ તાલુકાના રમણપુરા ગામ નજીક બલદેવ ડેમમાં કાર ખાબકતા એક જ પરિવારના ત્રણના મોત
દહેગામ વિસ્તારમાં ઈગ્લિશ દારૂનું બેફામ વેચાણ
#buletinindia #gujarat #gandhinagar
Lok Sabha Election Voting: अंतिम चरण के मतदान के बीच बोले Mithun Chakraborty? | Aaj Tak News
Lok Sabha Election Voting: अंतिम चरण के मतदान के बीच बोले Mithun Chakraborty? | Aaj Tak News
हरियाणा का युवक अमेरिका में मोस्ट वॉन्टेड:FBI ने पोस्टर जारी किया
अमेरिका सरकार ने दावा किया है कि न्यूयॉर्क में रह रहे सिख फॉर जस्टिस (SFJ) के आतंकी गुरपतवंत सिंह...