অসম জাতিয়তাবাদী যুৱ ছাত্র পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক জয়ন্ত দিহিঙীয়াৰ আকস্মিক মৃত্যুৱে মৰানত শোকৰ ছা পৰিছে । পৰিষদৰ যুৱ নেতা জয়ন্ত দিহিঙিয়াৰ মৰান জুটুলিবাৰী গাঁৱত যোৱা নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। জয়ন্ত দিহিঙিয়াক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আজি মৰাণ শিৱ ঠাকুৰবাৰীত পৰিষদৰ কাৰ্যালয়ত এক শোক সভা অনুষ্ঠিত হয়। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰঞ্জিত চাংমাই, ক্ৰিয়া সম্পাদক দিগন্ত গোগোই, চৰাইদেউ জিলা সমিতিৰ উপ-সভাপতি পল্লৱ শৰ্মা আৰু পৰিষদৰ সকলো কৰ্মীয়ে জয়ন্ত দিহিঙীয়াৰ ফটোত পুষ্পাঞ্জলি জ্ঞাপন কৰে আৰু বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શ્રી તપસ્વી વિદ્યા સંકુલ ના પ્રમુખ ડાયાભાઈ પટેલ એ શું કહ્યું...
શ્રી તપસ્વી વિદ્યા સંકુલ માં પ્રમુખ ડાયાભાઈ પટેલ એ શું કહ્યું...
हर्षा शिंदे हिची गगन भरारी:मलेशिया येथे होणाऱ्या मिसेस व मिसचे करणार प्रतिनिधित्व
रायगड जिल्ह्यातील प्रसिद्ध असलेल्या माथेरान पर्यटनस्थळ येथील रायगडची कन्या...
મોરવાડા દુદોસણ વચ્ચેનો 11 કી. મી નો રસ્તો ખખડધજ.વાહનચાલકો હેરાન પરેશાન.
મોરવાડા દુદોસણ વચ્ચેના 11 કી. મી ખખજધજ રસ્તાને લઈ સરહદી વિસ્તારના લોકો સહિત વાહન ચાલકોને હેરાન...
करडे-कारेगाव रस्त्याच्या कामासाठी निकृष्ट दर्जाच्या मुरुमाचा वापर...?
करडे-कारेगाव रस्त्याच्या कामासाठी निकृष्ट दर्जाच्या मुरुमाचा वापर...?