জয়পুৰ মণ্ডলৰ অন্তৰ্গত কেন্দুগুৰি গাঁও পঞ্চায়তৰ বাহনি গাঁওৰ বিধস্ত পথ মেৰামতিৰ কামত সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে উপস্থিত ৰাইজৰ লগত মতবিনিময় কৰে মণ্ডল সভাপতি মৃদুল কলিতায়।
জয়পুৰৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বাহনি গাঁৱৰ বিধস্ত পথ মেৰামতিত জয়পুৰ মণ্ডল সভাপতিৰ সহায় সহযোগিতা
