চিলাকলা খকনগুৰি ব্যবসায় সন্থাৰ সৌজন্যত আন্ত:মাজুলী দিৱা নৈশ প্ৰাইজমনি কেৰেম প্ৰতিযোগিতাৰ আয়োজন ।অহা ইংৰাজী ৫/১২/২০২২ তাৰিখৰ পৰা অনুষ্ঠিত হব লগা উক্ত কেৰেম প্ৰতিযোগিতা খনিত যুগ্ম শাখাৰ চূড়ান্ত বিজয়ী প্ৰতিযোগী দ্বয়ক নগদ ৫০০০ টকাৰ লগতে মানপত্ৰ আৰু ট্ৰফিৰে পুৰষ্কীত কৰা হব ।বিজেতা দ্বয়ক নগদ ৩০০০ টকা লগতে মান পত্ৰ আৰু ট্ৰফিৰে পুৰষ্কীত কৰা হব ।থিক একে দৰে একক শাখাৰ বিজয়ী জনক নগদ ৪০০০ টকা ,মানপত্ৰ আৰু ট্ৰফিয়ে পুৰষ্কীত কৰাৰ লগতে বিজেতা জনক নগদ ২০০০ টকা,মানপত্ৰ আৰু ট্ৰফিয়ে পুৰষ্কীত কৰা হব ।আগ্ৰহী খেলুৱৈ সকলক তলত দিয়া ফোন নম্বৰ দুটাত যোগাযোগ কৰিবলৈ জনোৱা হল ।৯৮৬৪৭৩১৬৪৮/৯৭০৭৩১২৬৫৯
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CJI DY Chandrachud ने मंच से भारत के तीन नए Criminal Laws पर क्या कुछ बता दिया?
CJI DY Chandrachud ने मंच से भारत के तीन नए Criminal Laws पर क्या कुछ बता दिया?
Delhi UP Weather Update: बारिश के UP में कहर, जानें कैसा रहेगा मौसम का माहौल | IMD Alert
Delhi UP Weather Update: बारिश के UP में कहर, जानें कैसा रहेगा मौसम का माहौल | IMD Alert
Breaking News: छात्रों पर दबाव कम करने की दिशा में केंद्र सरकार ने कुछ बड़े क़दम उठाए| News18India
Breaking News: छात्रों पर दबाव कम करने की दिशा में केंद्र सरकार ने कुछ बड़े क़दम उठाए| News18India
બજરંગગીરી બાપુની 14 મી પુણ્ય તિથીનો ઉત્સવ ઉજવાયો | Divyang News
બજરંગગીરી બાપુની 14 મી પુણ્ય તિથીનો ઉત્સવ ઉજવાયો | Divyang News