অসম পৰ্য্যটন বিভাগৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত হোৱা সাংস্কৃতিক কাৰ্যসূচীত কেবিনেট মন্ত্ৰী যোগেন মহন আৰু সোণাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ অংশগ্ৰহণ:
অসম চৰকাৰ তথা পৰ্য্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত হয় অসম পৰ্যটন দিল্লী ৰ'দ শ্ব' ২০২২ ৰ সাংস্কৃতিক কাৰ্যসূচী অশোক হোটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসমৰ বাৰেৰহনীয়া সংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন ডাঙৰীয়া, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, বিশিষ্ট চিন্তাবিদ শ্যাম কানু মহন্ত আৰু বহু কেইজন বিধায়ক আৰু ভালে সংখ্যক গন্য মান্য ব্যক্তি উপস্থিত আছিল।