পাহাৰীয়া জিলাখনত ৩০ হাজাৰ লোকে বসবাস কৰি আহিছে।

দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো জনগোষ্ঠীটোৰ কোনো উন্নয়ন নহ'ল।

কুকি জনগোষ্ঠীক Kuku Regional Council চৰকাৰে প্ৰদান কৰিবলৈ দাবী সংগঠনটোৰ।

মুখ্য মন্ত্ৰীয়ে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদত নিৰ্বাচত কুকি জনগোষ্টিৰ পৰা এজন লোকক নমিনেট কৰাৰ প্ৰতিশ্ৰুতি দিছিল তাক পূৰন কৰাৰ আহ্বান ।

কাৰ্বি, ধনশিৰি লংবাজং, সিংহাসন, বৰজান, সৰুপথাৰ আদি অঞ্চলত ৰাস্তা ঘাট, বিজুলি শিক্ষা মেডিকেলৰ দুৰবস্থা ক্ষেত্ৰত চৰকাৰে কাৰ্যকৰী কৰিবলৈ দাবী।

সব কা সাথ সবকা বিকাশ কথা কোবা চৰকাৰে কুকি জনগোসষ্টিক প্ৰতিনিধি লবৰ বাবে বিশেষ আহ্বান সংগঠন টোৰ।