কলাইগাঁৱত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান। কলাইগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কলাইগাওঁ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰে। সদ্য ঘোষিত হাইস্কুল আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰিক্ষাত উত্তীৰ্ণ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। অভিনন্দন অনুষ্ঠানতিত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা,উপ সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য ওপৰিও দৰং-ওদালগুৰি জিলাৰ কেইবাগৰাকীও বিষয় ববিয়া উপস্থিত থাকে। ভাষন প্ৰসংগত সাধাৰণ সম্পাদক গৰাকীয়ে চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তই সৰ্বসাধাৰণৰ ৰাইজ বিভ্ৰান্তিত পৰিছে। শিক্ষা মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ নাভুট নাচুত সিদ্ধান্তই ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি সমালোচনা কৰি কয়।আনহাতে মূখ্যমন্ত্ৰী ৰ কেবিনেটৰ সিদ্ধান্ত বিলাক ব্যক্তিগত সিদ্ধান্ত বুলিও অভিযোগ উত্থাপন কৰে। ইয়াৰ লগতে পশ্চিম বংগৰ ৰাজনৈতিৰ বাবে কা বলবতৰ প্ৰসংগ উৎথাপন কৰা বুলিও মন্তব্য কৰে। কোনো কাৰনত কা মানি লোৱা নহব বুলিও মন্তব্য কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिल्ली में पाबंदियां कम नहीं होंगी:सुप्रीम कोर्ट ने कहा- ढील तभी, जब प्रदूषण घटे; राज्य बताएं कितने मजदूरों को हर्जाना दिया
दिल्ली में प्रदूषण को लेकर सुप्रीम कोर्ट में आज सुनवाई हुई। कोर्ट ने दिल्ली-एनसीआर में GRAP-IV...
3 अक्टूबर 2022 की ट्रेन संख्या 22954 अहमदाबाद-मुंबई सेंट्रल गुजरात सुपरफास्ट एक्सप्रेस मणिनगर से ओरिजनेट होगी
पश्चिम रेलवे के अहमदाबाद स्टेशन पर प्लेटफार्म मरम्मत/रखरखाव कार्य के कारण अहमदाबाद-मुंबई सेंट्रल...
ભાલેજ ખાતે ધી હ્યુમન કેર ફાઉન્ડેશન દ્વારા એપિક ફાઉન્ડેશન ના સહયોગ થી મહેંદી સ્પર્ધા યોજાઈ.
ભાલેજ ખાતે ધી હ્યુમન કેર ફાઉન્ડેશન દ્વારા એપિક ફાઉન્ડેશન ના સહયોગ થી મહેંદી સ્પર્ધા યોજાઈ.
शेळ्या राखताना वीज पडून एकाचा मृत्यू
चंद्रपूर : गावाशेजारील स्मशानभूमीलगत शेळ्या चारायला गेलेल्या एका पन्नास वर्षीय इसमाचा विज पडून...