⏩দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা ২০২২ সাজু

⏩আজি বিভাগীয় পৰ্টেলত আপলোড কৰিব

⏩ৰাইজৰ পৰা ১৫ দিনৰ ভিতৰত মতামত বিচৰা হৈছে

⏩সকলোকে ASDMAৰ ৱেবছাইটত সকলোকে পৰামৰ্শ দিবলৈ অনুৰোধ

⏩দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাৰ মূল লক্ষ আৰু উদ্দেশ্য

১/বিপদ আৰু দৰ্বলতাসমূহ চিনাক্ত কৰি উন্নত কৰা

২/তৃণমূল পৰ্যায়ৰ পৰা দুৰ্যোগ প্ৰশমন হ্ৰাস কৰা

৩/পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মানৰ প্ৰচাৰ ভালদৰে কৰা

⏩৩৪ খন জিলাৰ ১৫৩টা ৰাজহ চক্ৰ ক্ষতিগ্ৰস্ত হৈছে বানত

⏩২লাখ ৪৩ হাজৰ হেক্টৰ কৃষিভূমি বিনষ্ট হৈছে

⏩সম্পূৰ্ণৰূপে ৫৫৩২টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে বানত

⏩৩৫ হাজাৰ পকা ঘৰ কিছু পৰিমানে ধ্বংস হৈছে

⏩১ লাখ ৫১ হাজাৰ কেচা ঘৰ আংশিক ভাবে নষ্ট হৈছে

⏩১২২কোটি টকাৰ ঘৰ ক্ষতি হৈছে চলিত বানত

⏩১৫ আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰক ১২২কোটি টকা মুকলি কৰি দিবলৈ বিভাগীয়ভাৱে প্ৰতিবেদন জমা দিয়া হব

⏩মিছন বসুন্ধৰা ২ অহা ২ অক্টোবৰত আৰম্ভ হব

⏩ভি জি আৰ আৰু পিজিআৰত থকা সকলক পুনৰ সংস্থাপন দিয়া হব

⏩খিলঞ্জীয়াসকলক ভূমি প্ৰদান কৰা হব

⏩১৯৮৬ চনৰ ভূমি নীতি সংশোধন কৰা হব

⏩জনজাতীয়লোকক ৫০ বিঘালৈকে ভূমি যাতে দিব পাৰি সেই কাম কৰা হব মিছন বসুন্ধৰা ২ৰ জৰিয়তে