সোণাৰিত পুনৰ বন্যহস্তীৰ মৃত্যু।সোণাৰিৰ টাওকাক নদীত উদ্ধাৰ হাতীটোৰ মৃতদেহ । অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাটীটো। অৱশ্যে এতিয়ালৈকে জানিব পৰা নাই হাতীটোৰ মৃত্যুৰ কাৰণ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বিগত ২১ অক্টোবৰতো সোণাৰিৰ নাফুক চাহ বাগিচাত এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુવા તાલુકાના આમચક ગામે લોકોને ભયભીત કરતો કદાવર દીપડો પાંજરે પુરાયો
મહુવા તાલુકાના આમચક ગામે છેલ્લા ઘણા સમયથી દીપડા દેખાવાની તેમજ મરઘાં અને કુતરાનો શિકાર કરવાની ઘટના...
দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ কৰুণ মৃত্যু
দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ কৰুণ মৃত্যু
বিদ্যুৎ পৰিবাহী তাঁৰত লাগি দুস্প্ৰাপ্য লাজুকি বান্দৰ...
দেৰগাঁৱত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী উদযাপনৰ প্ৰস্ততি
দেৰগাঁৱত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী উদযাপনৰ প্ৰস্ততি।
Uttar Pradesh By-elections को लेकर BJP नेता Danish Azad Ansari ने बताया कैसी है तैयारी ? | Aaj Tak
Uttar Pradesh By-elections को लेकर BJP नेता Danish Azad Ansari ने बताया कैसी है तैयारी ? | Aaj Tak
Kejriwal and AAP govt. shielding militants, gangsters : Chugh
NIA or CBI must take up investigation in Sukhbir case : Chugh
BJP national general secretary...