গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুডু প্ৰতিযোগিতাত সোণৰ।পদক দখলৰে মৰাণৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়ালে১নং শলগুৰি গাৱঁৰ১২ বছৰীয়া ছাত্ৰ বাস্তৱ ৰাজখোৱাই।গাওঁখনৰ বিজু ৰাজখোৱা আৰু লনিমনি ৰাজখোৱাৰ পুত্ৰ বাস্তৱে ১৩বছৰ অনুৰ্ধ শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। খেলুৱৈজনে অসম কুডু সন্থাৰ তত্বাৱধানত অসম দলৰ হৈ উক্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ।লৈছিল। প্ৰশিক্ষক নয়নমণি গগৈৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহন কৰা ঘিলাগুৰি হাইস্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজনে ভৱিষ্যতে এজন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ হিচাপে নিজকে গঢ়ি তুলিব বিচাৰে।কিন্তু আৰ্থিক।সমস্যাৰ সন্মুখীন হোৱা খেলুৱৈ গৰাকীক অসম চৰকাৰৰ ক্ৰীড়াবিভাগৰ ফালৰ পৰা সহায় আগঢ়াবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bihar Politics: 'राजद MY के साथ BAAP की पार्टी': Tejashwi Yadav | Nitish Kumar | Election 2024 | BJP
Bihar Politics: 'राजद MY के साथ BAAP की पार्टी': Tejashwi Yadav | Nitish Kumar | Election 2024 | BJP
સૂર્યગ્રહણમાં જન્મેલા બાળકોનું સ્વાસ્થ્ય કેવું રહેશે - વાસ્તુશાસ્ત્રી ડૉ સુમિત્રા અગ્રવાલ જી પાસેથી જાણો કેવા ઉપાય
સૂર્યગ્રહણ નવા ચંદ્રના દિવસે થાય છે. સૂર્યગ્રહણ દરમિયાન, ક્યારેક દિવસ દરમિયાન લાંબા સમય સુધી,...
শিৱৰাত্ৰিত এই মন্দিৰত সেৱা কৰিলে কি ফল পাব? আৰু কত আছে এই মন্দিৰ।।।
শিৱৰাত্ৰিত এই মন্দিৰত সেৱা কৰিলে কি ফল পাব? আৰু কত আছে এই মন্দিৰ।।।