গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুডু প্ৰতিযোগিতাত সোণৰ।পদক দখলৰে মৰাণৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়ালে১নং শলগুৰি গাৱঁৰ১২ বছৰীয়া ছাত্ৰ বাস্তৱ ৰাজখোৱাই।গাওঁখনৰ বিজু ৰাজখোৱা আৰু লনিমনি ৰাজখোৱাৰ পুত্ৰ বাস্তৱে ১৩বছৰ অনুৰ্ধ শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। খেলুৱৈজনে অসম কুডু সন্থাৰ তত্বাৱধানত অসম দলৰ হৈ উক্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ।লৈছিল। প্ৰশিক্ষক নয়নমণি গগৈৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহন কৰা ঘিলাগুৰি হাইস্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজনে ভৱিষ্যতে এজন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ হিচাপে নিজকে গঢ়ি তুলিব বিচাৰে।কিন্তু আৰ্থিক।সমস্যাৰ সন্মুখীন হোৱা খেলুৱৈ গৰাকীক অসম চৰকাৰৰ ক্ৰীড়াবিভাগৰ ফালৰ পৰা সহায় আগঢ়াবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં વીફરેલી ગાયે 6 વ્યક્તિઓને શીંગડે ભરાવ્યા
ડીસામાં રખડતા પશુઓની સમસ્યા હજુ પણ યથાવત છે. જેમાં હરસોલીયા વાસ વિસ્તારમાં એક વીફરેલી ગાયે 6...
নুমলীগড়ৰ তেলগৰমত বৃহস্পতিবাৰে শুভমুক্তি চাহ জনগোষ্ঠীয় ভিডিঅ’ এলবাম নাৱা ছড়ী ৷
নুমলীগড়ৰ তেলগৰমত বৃহস্পতিবাৰে শুভমুক্তি চাহ জনগোষ্ঠীয় ভিডিঅ’ এলবাম নাৱা ছড়ী ৷
বহুদিনীয়া...
ದೇಶದಲ್ಲಿ ಡಿಸಿಎಂ ಡಿ.ಕೆ. ಶಿವಕುಮಾರ್ ಅತಿ ಶ್ರೀಮಂತ ಶಾಸಕ ಆಗಿದ್ದಾರೆ.
ದೇಶದಲ್ಲಿ ಕರ್ನಾಟಕ ಡಿಸಿಎಂ ಡಿ.ಕೆ. ಶಿವಕುಮಾರ್ ಅವರು ಅತಿ ಶ್ರೀಮಂತ ಶಾಸಕ ಎಂಬ ಹೆಗ್ಗಳಿಕೆಗೆ ಪಾತ್ರರಾಗಿದ್ದಾರೆ....
विधायक बालमुकुंदाचार्य बोले- वक्फ बोर्ड के नाम पर चल रहा 'लैंड जिहाद', जमीनें जब्त कर खोले जाएं गुरुकुल
वक्फ बोर्ड कानून में बदलाव पर चल रही सियासी बहस के बीच भाजपा विधायक बालमुकुंदाचार्य ने बड़ा बयान...
बांग्लादेश की पीएम शेख हसीना का भारत दौरा,मोदी ने किया स्वागत
बांग्लादेश की प्रधानमंत्री शेख हसीना शुक्रवार को भारत दौरे पर पुहंची. हसीना दो दिवसीय भारत यात्रा...