চৰাইদেউ জিলা সোণাৰি সমষ্টিৰ সৈতে মাহমৰা সমষ্টি সংযোগী দিচাং নদীৰ ওপৰত নিৰ্মাণ কৰিব লোৱা এখন দলঙৰ কাম আজি ৮ বছৰে সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। সোণাৰিৰ পৰা বৰাহী বাগিছা, বৰাহী হেলকাটোপ, বনমালি হৈ মৰাণ, ডিব্ৰুগড় আদি ঠাই সংযোগী পথটোত দিচাং নদীৰ ওপৰত ২০১৪ চনতে এখন পকী দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। মুন বৰদলৈ নামৰ এজন ঠিকাদাৰে দলং খনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল। আৰম্ভণিৰে পৰা ঠিকাদাৰজনে ময়মতালিৰে অতি লেহেমীয়া গতিৰে দলংখনৰ নিৰ্মাণ কাৰ্য আগবঢ়াই নিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে আজি পৰ্যন্ত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ নহল। ইয়াৰ ফলত এতিয়া স্থানীয় জনসাধাৰণৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઓરીના કેસ વધતા આરોગ્ય વિભાગ્ય થયું દોડતું
#buletinindia #gujarat #junagadh
নংপোহত ৰৈ পথৰ কাষত ফল-মূল আৰু পাচলিৰ দোকান বোৰৰ সাধাৰণ দৃশ্য পৰিৱেশন সৰ্বানন্দ সোণোৱালৰ।
নংপোহত ৰৈ পথৰ কাষত ফল-মূল আৰু পাচলিৰ দোকান বোৰৰ সাধাৰণ দৃশ্য পৰিৱেশন সৰ্বানন্দ সোণোৱালৰ।
तळेगावमध्ये वाढदिवस साजरा करण्यासाठी आलेल्या तरुणासोबत घडल भयानक कांड...
तळेगाव: राज्यात दिवसेंदिवस गुन्हेगारीच्या घटनांमध्ये वाढ होत आहे. अशातच आता पुणे जिल्ह्यातील...
Breaking News: Jammu-Kashmir में सुरक्षाबलों ने 2 आतंकियों को किया ढेर, सर्च ऑपरेशन जारी | Aaj Tak
Breaking News: Jammu-Kashmir में सुरक्षाबलों ने 2 आतंकियों को किया ढेर, सर्च ऑपरेशन जारी | Aaj Tak
જાફરાબાદ તાલુકાનાં રોહીસા , એક જ ગામેથી બે બોગસ ડોક્ટરને ઝડપી પાડતી અમરેલી એસ.ઓ.જી.ટીમ
જાફરાબાદ તાલુકાનાં રોહીસા , એક જ ગામેથી બે બોગસ ડોક્ટરને ઝડપી પાડતી અમરેલી એસ.ઓ.જી.ટીમ . શ્રી...