চৰাইদেউ জিলা সোণাৰি সমষ্টিৰ সৈতে মাহমৰা সমষ্টি সংযোগী দিচাং নদীৰ ওপৰত নিৰ্মাণ কৰিব লোৱা এখন দলঙৰ কাম আজি ৮ বছৰে সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। সোণাৰিৰ পৰা বৰাহী বাগিছা, বৰাহী হেলকাটোপ, বনমালি হৈ মৰাণ, ডিব্ৰুগড় আদি ঠাই সংযোগী পথটোত দিচাং নদীৰ ওপৰত ২০১৪ চনতে এখন পকী দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। মুন বৰদলৈ নামৰ এজন ঠিকাদাৰে দলং খনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল। আৰম্ভণিৰে পৰা ঠিকাদাৰজনে ময়মতালিৰে অতি লেহেমীয়া গতিৰে দলংখনৰ নিৰ্মাণ কাৰ্য আগবঢ়াই নিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে আজি পৰ্যন্ত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ নহল। ইয়াৰ ফলত এতিয়া স্থানীয় জনসাধাৰণৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના જાવલમાં ખેડૂતની હત્યા કરતાં ચકચાર
ડીસા તાલુકાના જાવલ ગામે ખેતરમાં સૂઇ રહેલા ખેડૂતની તીક્ષ્ણ હથિયારથી હત્યા કરતાં ચકચાર મચી ગઇ છે....
*જાફરાબાદ તાલુકાના રોહિસા ગામે : જાહેરમાં જુગાર રમતા ૬ પતા પ્રેમીઓ ઝડપાયા*
રૂપિયા ૧૧,૦૯૦/- નો મુદ્દામાલ કબ્જે કર્યો
જાફરાબાદ પો.સ્ટેના પો.ઇન્સ જે.જે ચૌધરી ની સૂચના અને માર્ગદર્શન નીચે એ.એસ.આઇ એમ.કે પીંછડિયા...
भररस्त्यात हत्येचा थरार; धारदार शस्त्राने तरुणाचा क्रूर पद्धतीने शिरच्छेद
दुर्गापूर: चंद्रपूर शहरातील दुर्गापूर परिसरात भररस्त्यावर हत्येचा थरार अनुभवायला मिळाला. ७ ते ८...
Gandhinagar: વાતચીતથી નિવારણ ન આવતા આંદોલનની તૈયારી | Health Workers | Gujarat News
Gandhinagar: વાતચીતથી નિવારણ ન આવતા આંદોલનની તૈયારી | Health Workers | Gujarat News