মহাবীৰ লাচিত বৰফুকনৰ চৰিশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আজি সোণাৰিত বিশেষ কুচ-কাৱাজ প্ৰদৰ্শন কৰা হয়। চৰাইদেউ জিলা আৰক্ষীৰ উদ্যোগত সোণাৰি ৰাজহুৱা খেলপথাৰৰপৰা আৰম্ভ কৰা এই কুচ-কাৱাজ সমগ্ৰ সোণাৰি নগৰতে কৰা হয়। অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ দলে অংশগ্ৰহণ কৰা কুচ-কাৱাজ শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজ সিঙে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিজেপি আঞ্চলিকতাবাদ ধ্বংসৰ ষড়যন্ত্ৰত নামিছে: গৌৰৱ গগৈ
আঞ্চলিকতাবাদ ধ্বংসৰ ষড়যন্ত্ৰত নামিছে বিজেপি দল
বিজেপিৰ প্ৰধান লক্ষ্য হৈছে এক দেশ এক দল: গৌৰৱ...
সোণাৰিত নিশা সংঘটিত হল শিশু অপহৰণৰ চাঞ্চল্যকৰ ঘটনা।
সোণাৰিত নিশা সংঘটিত হল শিশু অপহৰণৰ চাঞ্চল্যকৰ ঘটনা।
PM Modi के Maharashtra में ज़्यादा रैली करने पर क्या बोले CM Eknath Shinde? (BBC Hindi)
PM Modi के Maharashtra में ज़्यादा रैली करने पर क्या बोले CM Eknath Shinde? (BBC Hindi)
Sneezing : छींक क्यों आती है और छींक रोकना ख़तरनाक क्यों साबित हो सकता है? (BBC Hindi)
Sneezing : छींक क्यों आती है और छींक रोकना ख़तरनाक क्यों साबित हो सकता है? (BBC Hindi)
Haryana Election Results: CM Nitish Kumar ने किया PM Modi को फोन, हरियाणा जीत पर बधाई दी | Aaj Tak
Haryana Election Results: CM Nitish Kumar ने किया PM Modi को फोन, हरियाणा जीत पर बधाई दी | Aaj Tak