ইতিহাস প্ৰসিদ্ধ কৈকৰা শিৱ মন্দিৰত কাতিমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানটি আজি (১৭ নৱেম্বৰ'২২) দিনযোৰা মাঙ্গলিক কাৰ্যসূচীৰে সম্পন হৈ যায়। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ভৱেন বৰুৱা আৰু সম্পাদক অপূৰ্ব ভৰদ্বাজে জনোৱা মতে আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজ শিৱ মন্দিৰলৈ আহি শৰাই নৈবেদ্য আগবঢ়াই নিজৰ নিজৰ অভিষ্ট সিদ্ধিৰ বাবে আৰাধনা কৰে। ইয়াৰ সমান্তৰালভাৱে বিশিষ্ট পুথিপাঠক ৰমেশ বৰুৱাই ভাগৱত পাঠৰ শুভাৰম্ভনী কৰাৰ পিছতে দণ্ডিৰাম বৰুৱা আৰু ব্ৰজেন বৰুৱাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও পাঠকে ভাগৱত পাঠ কৰে । সন্ধিয়া অনুষ্ঠানৰ সামৰণি পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বেংক অৱ বৰোদাৰ সাহায্য বিতৰণ
মঙলদৈ বৃহত্তৰ ৰঙামাটি অঞ্চলত বান পানী কমিছে যদিও দুৰ্দশা কমা নাই বানাক্ৰান্তৰ মাজত। ননৈ, নোৱা আৰু...
Maldives की Muizzu सरकार ने India को दिया एक और झटका, China को मिलेगी मज़बूती? (BBC Hindi)
Maldives की Muizzu सरकार ने India को दिया एक और झटका, China को मिलेगी मज़बूती? (BBC Hindi)
शेविंग करते-करते Tejashwi पर क्या बोल गये चाचा? Bihar | Narendra Modi | Rahul Gandhi
शेविंग करते-करते Tejashwi पर क्या बोल गये चाचा? Bihar | Narendra Modi | Rahul Gandhi
Vivo S20 सीरीज का डिजाइन आया सामने, पावरफुल प्रोसेसर के साथ महीने के लास्ट में होगी एंट्री
Vivo S20 सीरीज का डिजाइन कंपनी ने रिवील कर दिया है। इस सीरीज को पहले चाइना में लॉन्च किया जाएगा।...
দেওবাৰে আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক বৰ্জনৰ আহ্বান জনাই সদৌ অসম আদিবাসী ছাত্ৰসন্থা চমুকৈ আছা ৰ পষ্টাৰ কাৰ্যসূচী।
বিজেপিৰ বিৰুদ্ধে আছাৰy পষ্টাৰিং ।No ST, NO VOTE FOR BJP, NO LAND PATTA, NO VOTE FOR BJP, NO CAST...