ইতিহাস প্ৰসিদ্ধ কৈকৰা শিৱ মন্দিৰত কাতিমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানটি আজি (১৭ নৱেম্বৰ'২২) দিনযোৰা মাঙ্গলিক কাৰ্যসূচীৰে সম্পন হৈ যায়। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ভৱেন বৰুৱা আৰু সম্পাদক অপূৰ্ব ভৰদ্বাজে জনোৱা মতে আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজ শিৱ মন্দিৰলৈ আহি শৰাই নৈবেদ্য আগবঢ়াই নিজৰ নিজৰ অভিষ্ট সিদ্ধিৰ বাবে আৰাধনা কৰে। ইয়াৰ সমান্তৰালভাৱে বিশিষ্ট পুথিপাঠক ৰমেশ বৰুৱাই ভাগৱত পাঠৰ শুভাৰম্ভনী কৰাৰ পিছতে দণ্ডিৰাম বৰুৱা আৰু ব্ৰজেন বৰুৱাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও পাঠকে ভাগৱত পাঠ কৰে । সন্ধিয়া অনুষ্ঠানৰ সামৰণি পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रामदास आठवलेंवर कारवाईची मागणी
औरंगाबाद : केंद्रीय मंत्री आठवले यांच्यावर कारवाईच्या मागणीचे रामदास आठवले यांनी ४ ऑक्टोबर रोजी...
રાધનપુર શહેરમાં પીવાના પાણીની સમસ્યા | SatyaNirbhay News Channel
રાધનપુર શહેરમાં પીવાના પાણીની સમસ્યા | SatyaNirbhay News Channel
मातृभूमी महाविद्यालयात पार पडला पदवीधर प्रमाणपत्र वितरण सोहळा
मातृभूमी महाविद्यालयात पार पडला पदवीधर प्रमाणपत्र वितरण सोहळा
Sana Makbul की जीत पर रणवीर शौरी ने कसा तंज, कहा- जिसकी सबसे ज्यादा सोशल मीडिया फॉलोइंग है उसे ट्रॉफी दे दो
बिग बॉस ओटीटी 3 का ग्रैंड फिनाले हो चुका है। सना मकबूल इस सीजन की विजेता रहीं। इसी के साथ सना...
પાટણ જિલ્લા ભારતીય જનતા પાર્ટીનું સંગઠન અને તમામ કાર્યકરો તનતોડ મહેનત કરી રહ્યા છે BANAS LIVE NEWS
પાટણ જિલ્લા ભારતીય જનતા પાર્ટીનું સંગઠન અને તમામ કાર્યકરો તનતોડ મહેનત કરી રહ્યા છે BANAS LIVE NEWS