আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা কৃষি বিভাগে জিলা খনৰ কেইবাটাও আগশাৰীৰ মহিলা আত্মসহায়ক গোটক বিতৰণ কৰে ফুডাৰ মেচিন। কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকাই আত ধৰা আৰু জিলা কৃষি বিষয়াৰ উপস্থিতিত হিতাধিকাৰী মহিলা আত্মসহায়ক গোট সমুহক মেচিন সমূহ বিতৰণ কৰি উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই কৃষি বিভাগে আগবঢ়োৱা আচনি সমুহৰ সঠিক ৰূপায়ণৰ জৰিয়তে মহিলা সকলক অৰ্থনৈতিকভাৱে স্বাবলম্বী হোৱাৰ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM Modi | ના બંદોબસ્ત ને લઈને અમદાવાદ શહેર પોલીસ કમિશનર ની પ્રેસ કોન્ફરન્સ @Good Day Gujarat
PM Modi | ના બંદોબસ્ત ને લઈને અમદાવાદ શહેર પોલીસ કમિશનર ની પ્રેસ કોન્ફરન્સ @Good Day Gujarat
upcoming electric scooter Dec 2023: इस महीने लॉन्च होने वाली हैं ये इलेक्ट्रिक स्कूटर्स
Ather Energy के को-फाउंडर और सीईओ तरुण मेहता ने अपने सोशल मीडिया पर 450 Apex का अनावरण करते हुए...
સાબરકાંઠા- અરવલ્લી જિલ્લાનો અડપોદરા ગામે ઝાલાજીનો મેળો ઉત્સાહભેર ઉજવાયો..
સાબરકાંઠા- અરવલ્લી જિલ્લાનો અડપોદરા ગામે ઝાલાજીનો મેળો ઉત્સાહભેર ઉજવાયો..
वन विभाग की कार्यवाही से दुखी नंदिनी ने खाया जहरीला पदार्थ, गुंजल ने कहा कुछ अनहोनी हुई तो सरकार की ईट से ईट बजा देंगे
कोटा : वन विभाग के नयागांव में 60 से 70 भील परिवारों की बस्ती को उजाड़ने व लोगों से मारपीट करने...
তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ দুৰ্গাবাৰীস্থিত ঐতিহাসিক বঙ্গীয় বিদ্যালয়ৰ সন্মুখত অস্বাস্থ্যকৰ পৰিবেশ
তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ দুৰ্গাবাৰীস্থিত ঐতিহাসিক বঙ্গীয় বিদ্যালয়ৰ সন্মুখত অস্বাস্থ্যকৰ পৰিবেশ...