আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা কৃষি বিভাগে জিলা খনৰ কেইবাটাও আগশাৰীৰ মহিলা আত্মসহায়ক গোটক বিতৰণ কৰে ফুডাৰ মেচিন। কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকাই আত ধৰা আৰু জিলা কৃষি বিষয়াৰ উপস্থিতিত হিতাধিকাৰী মহিলা আত্মসহায়ক গোট সমুহক মেচিন সমূহ বিতৰণ কৰি উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই কৃষি বিভাগে আগবঢ়োৱা আচনি সমুহৰ সঠিক ৰূপায়ণৰ জৰিয়তে মহিলা সকলক অৰ্থনৈতিকভাৱে স্বাবলম্বী হোৱাৰ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઢોર નિયંત્રણ કાયદાના વિરોધમા વારસીયામાંમાલધારીસમાજે ગાય દોહીને શ્વાનોને દૂધ પીવડાવી વિરોધ કર્યો
ઢોર નિયંત્રણ કાયદાના વિરોધમા વારસીયામાંમાલધારીસમાજે ગાય દોહીને શ્વાનોને દૂધ પીવડાવી વિરોધ કર્યો
51 શક્તિપીઠ ખાતે પરિક્રમા મહોત્સવ ની આજ થી શરૂઆત
51 શક્તિપીઠ ખાતે પરિક્રમા મહોત્સવ ની આજ થી શરૂઆત
Pending cases against Patidar youths to be withdrawn soon, says RP Patel of Vishwa Umiyadham
Pending cases against Patidar youths to be withdrawn soon, says RP Patel of Vishwa Umiyadham