নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনৰ নিৰ্দেশ মৰ্মে আজি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্তৰ নেতৃত্বত এটা প্ৰতিনিধি দলে নাজিৰা প্ৰেছ ক্লাবৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক অনুজ ৰাজখোৱা দেৱৰ বাস গৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয়। এই ভ্ৰমণ কালত প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ৰাজখোৱা দেৱক এখন ফুলাম গামোচা, এখন চেলেং চাদৰেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰ। প্ৰতিনিধি দলটোত জ্যেষ্ঠ সাংবাদিক মনোজ দত্ত আৰু ধ্ৰুৱজ্যোতি গগৈ উপস্থিত আছিল। আনহাতে ১৬ নৱেম্বৰত নাজিৰা প্ৰেছ ক্লাৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্য্যসূচী হিচাপে "ৰাষ্ট্ৰ গঠনত সংবাদ মাধ্যমৰ ভূমিকা" শীৰ্ষক বক্তৃতা প্ৰদানৰ লগতে সাংবাদিকক সম্বৰ্দ্ধনাৰ এক কাৰ্য্যসূচী অনুষ্ঠিত হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શ્રીમદ ભાગવત કથાના કલ્યાણકારી બોધને જીવનમાં ઉતારીએ મુખ્યમંત્રી શ્રી ભુપેન્દ્ર પટેલ
શ્રીમદ ભાગવત કથાના કલ્યાણકારી બોધને જીવનમાં ઉતારીએ -મુખ્યમંત્રી શ્રી ભૂપેન્દ્ર પટેલ...
બાઈક ચોરીની સમગ્ર ઘટના CCTVમાં કેદ થઈ....
બાઈક ચોરીની સમગ્ર ઘટના CCTVમાં કેદ થઈ....
IDFC FIRST Bank, Club Vistara and Mastercard launch new credit card to redefine travel experiences
Mumbai : Adding to its extensive customer-first portfolio of financial products, IDFC FIRST Bank...