নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনৰ নিৰ্দেশ মৰ্মে আজি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্তৰ নেতৃত্বত এটা প্ৰতিনিধি দলে নাজিৰা প্ৰেছ ক্লাবৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক অনুজ ৰাজখোৱা দেৱৰ বাস গৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয়। এই ভ্ৰমণ কালত প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ৰাজখোৱা দেৱক এখন ফুলাম গামোচা, এখন চেলেং চাদৰেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰ। প্ৰতিনিধি দলটোত জ্যেষ্ঠ সাংবাদিক মনোজ দত্ত আৰু ধ্ৰুৱজ্যোতি গগৈ উপস্থিত আছিল। আনহাতে ১৬ নৱেম্বৰত নাজিৰা প্ৰেছ ক্লাৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্য্যসূচী হিচাপে "ৰাষ্ট্ৰ গঠনত সংবাদ মাধ্যমৰ ভূমিকা" শীৰ্ষক বক্তৃতা প্ৰদানৰ লগতে সাংবাদিকক সম্বৰ্দ্ধনাৰ এক কাৰ্য্যসূচী অনুষ্ঠিত হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मौसमी बीमारियों से बचने के लिए चिकित्सा एवं स्वास्थ्य विभाग दे रहा जानकारियां
कोटा. उपखंड अधिकारी दीगोद शत्रुघ्न सिंह गुर्जर के नवाचार प्रोग्राम के तहत चिकित्सा एवं स्वास्थ्य...
Morbi broken bridge | સૌરાષ્ટ્ર લુહાર સુથાર જ્ઞાતિ હિતેચ્છુ મંડળ અમદાવાદ દ્વારા શ્રદ્ધાંજલિ | Dpnews
Morbi broken bridge | સૌરાષ્ટ્ર લુહાર સુથાર જ્ઞાતિ હિતેચ્છુ મંડળ અમદાવાદ દ્વારા શ્રદ્ધાંજલિ | Dpnews
रोहा में एकादशी के उपलक्ष में तुलसी शालिग्राम विवाह ।
रोहा में एकादशी के उपलक्ष में तुलसी शालिग्राम विवाह ।
ડીસામાં ઓવરબ્રિજ નીચે પાર્કિંગ જગ્યા ખુલ્લી અને સર્વિસ રોડ પહોળો થશે
ડીસામાં ઓવરબ્રિજ નીચે પાર્કિંગ જગ્યા ખુલ્લી અને સર્વિસ રોડ પહોળો થશે
Gangster Goldy Brar issues a death threat on Salman Khan, saying, "We'll kill him for sure." - Newzdaddy
Newzdaddy Entertainment updates
Goldy Brar, who has claimed responsibility for Sidhu Moosewala's...