লাহৰীঘাটত ব্লক বেল্ট প্ৰাপ্ত কুংফু খেলুৱৈ হাচিনা বেগমৰ কুংফু স্পোৰ্টস একাডেমিৰ শুভাৰম্ভ:

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কুংফু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেইবাটাও পদক আজুৰি আনিবলৈ সক্ষম হোৱা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰি গাঁৱৰ কুংফু খেলুৱৈ হাচিনা বেগমে লাহৰীঘাটত আৰম্ভ কৰিছে কুংফু স্পোৰ্টস একাডেমী।