অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সৌজন্যত দেওমৰনৈ বি-এড কলেজত এইডছ সম্প্ৰৰ্কীয় সজাগতা অনুষ্ঠান সম্পন্ন হয়। লোক কলা অভিযানৰ অংশ হিচাপে জাগৃতি শিল্পী সংঘৰ সুকনানি সংগীতৰ শিল্পীসকলে এইচ,আই,ভি, সংক্ৰমণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে উক্ত অনুষ্ঠান পৰিবেশন কৰে। IRADO দৰঙৰ project manager গফুৰ আলিৰ তত্ত্বাৱধানত অনুষ্ঠানটি ৰূপায়ণ কৰে সুকনানি সংগীতৰ শিল্পী জয়ন্ত নাথ ওজা, উদ্ধৱ নাথ, পংকজ নাথ আৰু চক্ৰধৰ নাথে । অনুষ্ঠানটি দেওমৰনৈ বি-এড মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীসকলৰ উপৰিও স্থানীয় ৰাইজে উপভোগ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
৩,৭৮,০০০ ছাত্ৰ-ছাত্ৰীক চৰকাৰে দিব চাইকেল সংবাদমেলযোগে ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
🔴 ৩,৭৮,০০০ ছাত্ৰ-ছাত্ৰীক চৰকাৰে দিব চাইকেল।
🔴 সংবাদমেলযোগে ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
🔴...
नाशिक दुर्घटनेनंतर आरटीओने जिल्ह्यातील १५ ट्रॅव्हल्सवर केली कारवाई; एकूण ५४ बसची तपासणी
रत्नागिरी : नाशिकमध्ये अपघातानंतर बसला आग लागून झालेल्या दुर्घटनेत १२ प्रवाशांचा होरपळुन मृत्यू...
ગોધરા શહેરમા રખડતા પશુઓનો ત્રાસ ॥ તંત્ર દ્વારા હજી સુધી પગલા લેવામા આવ્યાં નથી ॥સ્ટ્રીટ ન્યુઝ
ગોધરા શહેરમા રખડતા પશુઓનો ત્રાસ ॥ તંત્ર દ્વારા હજી સુધી પગલા લેવામા આવ્યાં નથી ॥સ્ટ્રીટ ન્યુઝ
अन्तर्राष्ट्रीय योग दिवस पर योग प्रशिक्षण कार्यक्रम का हुआ आयोजन
माननीय राजस्थान उच्च न्यायालय जोधपुर एवं राजस्थान राज्य विधिक सेवा प्राधिकरण के निर्देशानुसार...
ગઢડા ગોપીનાથજી દેવ મંદિર દ્વારા બીપોરજોય વાવાઝોડાને લઇ લેવાયો નિર્ણય.
ગઢડા ગોપીનાથજી દેવ મંદિર દ્વારા બીપોરજોય વાવાઝોડાને લઇ લેવાયો નિર્ણય.