ৰহাৰ বিভিন্ন বিদ্যালয় ত আজি শিশু দিবস পালন কৰাৰ লগতে কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত দীঘলীআটি মণ্ডল সমল কেন্দ্ৰ ৰ উদ্যোগত শিশু দিবস পালন কৰা হয়।এই উপলক্ষে আজি ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু দলীয় ডেন্চ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দহখন বিদ্যালয় ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা প্ৰতিযোগিতা ত বিজয়ী প্ৰতিযোগী সকলক ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰি পুৰস্কৃত কৰা হয়।নতুন পোটাকছুবা প্ৰাথমিক বিদ্যালয় ত অনুষ্ঠিত শিশু দিৱস ত প্ৰত্যেক বিদ্যালয় ৰ শিক্ষক,ছাত্ৰ ছাত্ৰী আৰু অভিভাবক সকল উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવાગઢમાં સુરક્ષાગાર્ડના જવાનો હડતાળ ઉપર
પાવાગઢમાં સુરક્ષાગાર્ડના જવાનો હડતાળ ઉપર
समाज कल्याण सप्ताह अन्तर्गत 1 से 7 अक्टूबर आयोजित होंगे विविध कार्यक्रम
जिले में एक से 7 अक्टूबर तक समाज कल्याण सप्ताह का आयोजन किया जाएगा। इसके तहत जिलेभर में विविध...
कोटा के युवा गौरव सिंह नरूका की हुई टीवी रियलिटी शो में एंट्री, परीवार में खुशीयों का माहौल
कोटा! कोटा मे रहने वाला एक युवा गौरव सिंह नरूका की टीवी रियलिटी शो पहचान मच हुनरबाज में वाइल्ड...
Traffic ઇમોરલ એક્ટ ના ગુના ના Wanted આરોપી ને પોલીસ એ પકડી પાડ્યો
Traffic ઇમોરલ એક્ટ ના ગુના ના Wanted આરોપી ને પોલીસ એ પકડી પાડ્યો