গড়মূৰ চিতাদাৰ চাৰিআলিত দলৰ এটা কাৰ্যালয় আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰে দলৰ ৰাজ্যিক মুখপাত্ৰ তথা মাজুলীৰ জিলাৰ তত্বাবধায়ক টি এন প্ৰাণ আৰু জিলা সভাপতি বিষ্ণুপ্ৰসাদ দেউৰীয়ে । কাৰ্যসূচীত উপস্থিত থাকে জিলা সাঃসম্পাদক প্ৰাণজিৎ মাজুলীয়ান,উপ সভাপতি ললিত দত্ত, ভীমৰাজ কামান, বদন দাস, তথ্য আৰু প্ৰচাৰ সম্পাদক ৰাজীৱ অসম শইকীয়া, দেৱৰাজ পগাগ, জয়ন্ত পগাগ, নিবানন্দ পগাগ, উমেশ পায়েং, ভোগেশ্বৰ বৰাকে আদি কৰি বহুতো দলীয় সতীৰ্থ। সকলো দলীয় সতীৰ্থকে দলৰ কামবোৰ দূৰ্তগতিত আগবঢ়াই নিবলৈ আহ্বান জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ રામેશ્વર મંદિર ખાતે ગુરુપૂર્ણિમાના કાર્યક્રમને લઈને ભરતભાઈ છાયાણી એ આપી પ્રતિક્રિયા
જસદણ રામેશ્વર મંદિર ખાતે ગુરુપૂર્ણિમાના કાર્યક્રમને લઈને ભરતભાઈ છાયાણી એ આપી પ્રતિક્રિયાઆવતીકાલે...
গোলাঘাটত ভাং জব্দ
March 19, 2গোলাঘাটত গাঞ্জা জব্দ
: গোলাঘাট :১৯ মাৰ্চ
গোলাঘাটৰ হিন্দী স্কুল চাৰিআলিৰ সমীপত...
बंजारा समाजावर जयदत्त अण्णांचा दृढ विश्वास!-गिरीश देशपांडे
बीड जिल्ह्यातील व बीड तालुक्यातील बंजारा समाज बांधवांवर राज्याचे माजी मंत्री जयदत्त अण्णा...
વડોદરા પ્રસિદ્ધ મહારાષ્ટ્ર ક્રીડા મંડળના શ્રીજીની આગમન સવારી નીકળી
વડોદરા પ્રસિદ્ધ મહારાષ્ટ્ર ક્રીડા મંડળના શ્રીજીની આગમન સવારી નીકળી