আজি ১৪ নৱেম্বৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনৰ দিনা সমগ্ৰ দেশতেই উদযাপন কৰা হয় শিশু দিৱস। ব্যতিক্ৰম নহয় শিৱসাগৰ হাঁহচৰা। শিৱসাগৰ হাঁহচৰা শলগুৰীয়া গাঁৱৰ বৰনামঘৰত হাঁহচৰা জাগৰণ মহিলা সমিতিৰ উদ্যোগত এই শিশু দিৱস উদযাপন কৰা হয়। পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে ছাত্র-ছাত্ৰী সকলকৰ শৈক্ষিক আৰু সাংস্কৃতিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যেৰে শিশু সকলৰ মাজত চিত্ৰাংকণ, কবিতা আবৃত্তি লগতে আধুনিক নৃত্য প্ৰতিযোগিতা অনুস্থিত কৰি এই শিশু দিৱস উদযাপন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સીમમા બોલાચાલી બાદ બે જુથ વચ્ચે સશસ્ત્ર અથડામણ
#buletinindia #gujarat #viramgam
অনুসূচিত জাতিৰ বজাৰ আৰু বিলসমূহত হস্তক্ষেপ নকৰিবলৈ মিচিং স্বায়ত্ত্ব পৰিষদক সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ
অনুসূচিত জাতিৰ বজাৰ আৰু বিলসমূহত হস্তক্ষেপ নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে সদৌ অসম অনুসূচিত জাতি...
আজি ভাৰতৰ লগতে অসমৰ ক্ৰীড়াপ্ৰেমী আশাবাদী, কিন্তু কিয়?
আজি বাৰ্মিংহামত বক্সিং ৰিঙত নামিব লাভলীনা বৰগোহাঁই। কমনৱেলথ গেমছৰ দ্বিতীয় দিনাৰ খেলত ৰিঙত নামিব...
GSTના પાંચ વર્ષ, પણ 12.23 લાખ રજીસ્ટર થયેલા લોકોએ ક્યારેય ટેક્સ ભર્યો નથી
ક્યારેય ટેક્સ નહી ભરનાર દર પાંચમો વેપારી ઉત્તર પ્રદેશનો, ટોચના ૧૦ રાજ્યોનો હિસ્સો ૭૫ ટકા
એક...
Exclusive Ground Report: इजरायली सेना हमास का अंत कर देगा ! | Israel Palestine | Israel Vs Palestine
Exclusive Ground Report: इजरायली सेना हमास का अंत कर देगा ! | Israel Palestine | Israel Vs Palestine