বালিপৰাত অষ্টম বাৰ্ষিক ৰাস মহোৎসৱত দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত হৈছে সমগ্ৰ বালিপৰা অঞ্চল| বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বালিপৰা উন্নয়ন সমিতিৰ সৌজন্যত অনুষ্ঠিত ৰাস উদযাপন স্হলীত হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ || অনুষ্ঠানত কন কন শিশু ,মহিলা ,যুৱক ,যুৱতীয়ে বিভিন্ন চৰিত্র সমূহ সাৱলীল ভাৱে ৰূপায়ন কৰি সকলোকে আপ্লুত কৰি তোলে উল্লেখ্য যে বালিপৰাৰ এই ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰত ৰূপায়ন কৰে অসমৰ চলচিত্ৰ জগতৰ মহোময়ী অভিনেত্ৰী সুনীতা কৌশিকে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રધાનમંત્રીની આ યોજના હેઠળ મફત સિલાઈ મશીન મળે છે, જાણો અરજી કરવાની સંપૂર્ણ પ્રક્રિયા
મહિલાઓના સશક્તિકરણ માટે સરકારે એક મોટી યોજના શરૂ કરી છે. આ યોજના મફત સિલાઈ મશીન યોજના છે. આ...
নুমলীগড়t অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত বগীধলা চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ।
নুমলীগড়ত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । পূজাৰ বনাচৰ নাই আনন্দ উল্লাহ এখন চাহ বাগিচাৰ শ্ৰমিকৰ ।...
ગઢ વિસ્તારમાં કેટલું મતદાન થયું!
ગઢ વિસ્તારમાં કેટલું મતદાન થયું!
জোনাইৰ ডেকাপামত পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা,
জোনাইৰ ডেকাপামত পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা,
Dengue Mosquito: दुनिया में इतनी तेज़ी से क्यों फैल रहा है डेंगू? (BBC Hindi)
Dengue Mosquito: दुनिया में इतनी तेज़ी से क्यों फैल रहा है डेंगू? (BBC Hindi)