নাজিৰা মহকুমাৰ মহকুমাধীপতি আয়ুসী জৈনে জল জীৱন মিছনৰ অধীনৰ শিৱবাৰী বাগান ১৭ নং লাইন , গেলেকী চাৰিআলি, গেলেকী জ'ন ২ , গেলেকী গ্ৰাণ্ট ১ নং আৰু নতুন আঠখেল গ্ৰাণ্ট পানী যোগান প্ৰকল্পৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় ।