<span;>মৰাণত আজি বিজেপি নেত্ৰী আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীক ৰাজহুৱাকৈ অপমান কৰাৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ অসম (টাইপা) ৰ উদ্যোগত আৰু সদৌ অসম আহোম সভা, আহোম গণমঞ্চ, টাই আহোম জাতীয় পৰিষদ, আহোম সেনা, আহোম জাতীয় মহাসভা আৰু মহন দেউধাই বাইলুং সন্মিলনৰ সহযোগত এক বিক্ষোভ কাৰ্যসূচী কৰে। মৰাণ নগৰৰ ট্ৰেফিক তিনিআলিত কৰা বিক্ষোভ কাৰ্যসূচীত আঙুৰলতা মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ। লগতে <span;>বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকাক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও স্পষ্ট কৰি দিছে সংগঠন কেইটাই । উল্লেখযোগ্য যে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দৌপ্ৰদী মূৰ্মুক অপমান কৰাৰ প্ৰতিবাদত ব্ৰটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত আহোম জনগোষ্ঠীক মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উঠিছিল আঙুৰলতা ডেকাৰ বিৰুদ্ধে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજા આહિર જ્ઞાતિના વિદ્યાર્થીઓનો સન્માન સમારોહ,સ્નેહમિલન યોજાયું
તળાજા તાલુકાના પીપરલા ગામે વિક્રમભાઇ દેસાઈના સ્વર્ગસ્થ પિતા...
হোজাইৰ বিশেষ এটা অঞ্চলত চোৰৰ দলে মাজনিশা দিয়ে তহল
হোজাইৰ বিশেষ এটা অঞ্চলত চোৰৰ দলে মাজনিশা দিয়ে তহল।চোৰৰ দলে মাজনিশা তহল দিয়াৰ দৃশ্য বন্ধী চিচি...
લાખણી-આગથળા રોડ પર કાર ડીવાઇડર કૂદી સામેથી આવતી એસ.ટી.બસ સાથે અથડાતાં યુવકનું મોત
બનાસકાંઠા જિલ્લાના લાખણી-આગથળા વચ્ચે જીવલેણ અકસ્માતની ઘટના સામે આવી છે. કાર બેકાબૂ બનતા ડીવાઈડર...
MCN NEWS| वैजापूर शहरात वीर सावरकर गौरवयात्रेचे आयोजन
MCN NEWS| वैजापूर शहरात वीर सावरकर गौरवयात्रेचे आयोजन
PM Modi and Xi Jinping Meeting: BRICS Summit के दौरान मिले मोदी-जिनपिंग, क्या बात हुई? (BBC Hindi)
PM Modi and Xi Jinping Meeting: BRICS Summit के दौरान मिले मोदी-जिनपिंग, क्या बात हुई? (BBC Hindi)