Slug - Seven Thief arrest at mangaldaiসাতজনকৈ গভাইত চোৰক কৰায়ত্ত কৰিলে মঙ্গলদৈ আৰক্ষীয়ে।চোৰ কেইজনৰ পৰা উদ্ধাৰ কৰে বহুকেইবিধ চুৰি সামগ্ৰী ৷আনহাতে মঙ্গলদৈ আৰক্ষীয়ে দুজন ড্ৰাক্ম ব্যৱসায়ী যুবকক চাৰিটা ড্ৰাক্ম কণ্টেনাৰসহ আটক কৰে।ড্ৰাগছ ব্যৱসায়িক কেইজনৰ পৰা এটা মোবাইল আৰু কিছু নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আতাইকেইজন চোৰ আৰু ড্ৰাগছ ব্যৱসায়ী ক জেল হাজোলৈ প্ৰেৰণ কৰে মঙ্গলদৈ আৰক্ষীয়ে।মঙ্গলদৈ আৰক্ষীৰ উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লছকৰ নেতৃত্বত যোৱা দলটিয়ে চোৰ কেইজনৰ পৰা মটৰ দুটা, চাইকেল দুখন আৰু পুখুৰী পৰা উদ্ধাৰ কৰে দুটা জালাই মেচিন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কঞাঁ বৰপূল্লা গাওঁ পঞ্চায়ত কাৰ্য্যালয়ত স্বাধীনতা দিৱস উদযাপন৷৷
হাজো সমষ্টিৰ অন্তৰ্গত কঞাঁ বৰপূল্লা গাওঁ পঞ্চায়ত কাৰ্য্যালয়ত আজি ৭৬ সংখ্যাক স্বাধীনতা দিৱস...
कर्जनी येथील लघुजल प्रकल्प ओव्हरफ्लो@india report
कर्जनी येथील लघुजल प्रकल्प ओव्हरफ्लो@india report
સુરેન્દ્રનગર વઢવાણ બેઠક પરથી કોંગ્રેસ માથી ૨ ટર્મ વિધાનસભા ચૂંટણી લડનારા હિમાંશુ વ્યાસ કોંગ્રેસ પક્ષ માથી રાજીનામું આપ્યું
સુરેન્દ્રનગર વઢવાણ બેઠક પરથી કોંગ્રેસ માંથી ૨ ટર્મ વિધાનસભા ચૂંટણી લડનારા હિમાંશુ વ્યાસ કોંગ્રેસ...
गुजरात -खेडा के कठलाल उमा भवन में मेडिकल चेकअप केम्प का आयोजन किया गया। @बीबीसी लाईव
गुजरात -खेडा के कठलाल उमा भवन में मेडिकल चेकअप केम्प का आयोजन किया गया। @बीबीसी लाईव